• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

 মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণত বনকৰ্মী নিহত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2017 12:59 pm
296
VIEWS
Share on FacebookShare on Twitter

কিছু দিনৰ পৰা ৰাজ্যৰ সংৰক্ষিত বনাঞ্চল তথা অভয়াৰণ্য সমূহত বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণত বহুতো বনকৰ্মী তথা নিৰীহ লোক মৃত্যু মুখত পৰিছে। ঠিক সেইদৰে আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানত এজন কৰ্মৰত বনকৰ্মীৰ ওপৰত এটা গড়েঁ আক্ৰমণ চলায়। এই আক্ৰমণৰ ফলত বনকৰ্মীজন থিতাতে নিহত হোৱা বুলি খবৰ লাভ কৰা গৈছে। নিহত বনকৰ্মীজন নলবাৰী জিলাৰ টিহুৰ লংকেশ্বৰ লহকৰ বুলি আমাৰ আগত জানিবলৈ দিয়ে। ঘটনা স্থলীত আৰক্ষী আৰু বন বিভাগৰ দল উপস্থিত হৈ বনকৰ্মীজনৰ মৃতদেহ উদ্ধাৰ কৰে আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

মন কৰিবলগীয়া যে বিভিন্ন সময়ত বনৰীয়া জীৱ-জন্তু আৰু মানুহৰ সংঘাতে ভয়াবহ ৰুপ ধাৰন কৰিছে। এই সংঘাতৰ ফলত কৰবাত যদি মানুহ মৰিছে কৰবাত আকৌ বনৰীয়া জীৱ-জন্তুৰ প্ৰাণ বায়ু গৈছে। মানুহৰ ভুলৰ বাবেই অসমত বনৰীয়া জীৱ-জন্তু তথা মানুহৰ ক্ৰমবৰ্ধিত সংঘাতৰ  গুৰুতৰ ৰূপ লৈছে বুলি একাংশ প্ৰকৃতি প্ৰেমীয়ে উদ্বেগ প্ৰকাশ কৰে। ইয়াৰ উপৰি বন বিভাগত কাম কৰা লোকেই যদি বনৰীয়া জীৱ-জন্তুৰ সন্ত্ৰাসৰ পৰা ৰক্ষা নপৰে তেন্তে সৰ্বসাধাৰণ লোকক কি দৰে সুৰক্ষিত কৰিব সেয়া এতিয়া বহু ডাঙৰ প্ৰশ্ন।

Recent News

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd