• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মায়’দিয়াৰ দুৰ্ঘটনাত নিহত সকলৰ আটাইকেইজনৰে মৃতদেহ উদ্ধাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 27, 2018 4:35 pm
Mayodiya-Accident
170
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ মায়’দিয়াত সুউচ্চ পাহৰৰ পৰা গাড়ী বাগৰি পৰা ভয়ংকৰ দুৰ্ঘটনাটোত নিহত ৭জন লোকৰ বাকী ছজনৰো মৃতদেহ উদ্ধাৰ হৈছে। যোৱা ২৪ জানুৱাৰিত ঘটা এই ভয়ংকৰ দুৰ্ঘটনাটোত পাহাৰৰ পৰা ১৫০০ ফুট তললৈ গাড়ীখন পৰি যোৱা বাবে নিহতসকলৰ মৃতদেহ উদ্ধাৰত জটিলতাই দেখা দিছিল। ইয়াৰ আগলৈকে কেৱল এজনৰহে মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

উল্লেখযোগ্য যে গাৰ নোম শিয়ৰি উঠা এই দুৰ্ঘটনাটোত সাতজন লোকৰ থিতাতে নিহত হৈছিল আৰু আন চাৰিজন গুৰুতৰ ভাৱে আহত হৈছিল।

বৰ্তমান উদ্ধাৰ হোৱা মৃতদেহ কেইটা ৰয়িং মেডিকেলত ৰখা হৈছে আৰু পিছত পৰিয়ালৰ লোকক চমজাই দিব বুলি আৰক্ষীৰ সূত্ৰই জনাইছে।

অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত অভিযান চলাই আছিল আৰু আজি অৱশেষত বাকী ৬ টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উক্ত পথ দুৰ্ঘটনাটোত নিহত হোৱা ব্যক্তিকেইজন আছিল নৰচাদ আহেমদ, ইৰচাদ হুছেইন, আনোৱাৰ হুছেইন, আচিফ আনছাৰি, আনছাৰ আহমেদ, পাৰভেজ হুছেইন আৰু আমিৰ হুছেইন।

আটাইকেইজন লোকেই তিনিচুকীয়াৰ হাপজান আৰু ডুমডুমা অঞ্চলৰ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্ত ব’লেৰ’ গাড়ীখনৰ নম্বৰ আছিল এ এছ ২৩ কিউ ১০৮৮।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd