• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মিজোৰামৰ ৰাজ্যপালে ভংগ কৰিলে দুৰ্নীতিগ্ৰস্ত চাকমা স্বায়ত্ব শাসিত জিলা পৰিষদ

ছাংজুৱালা হমাৰ by ছাংজুৱালা হমাৰ
March 22, 2018 8:26 pm
Chakma Autonomous District
106
VIEWS
Share on FacebookShare on Twitter

বহু দিন ধৰি উত্থাপিত হৈ অহা দু্ৰ্নীতিৰ অভিযোগৰ প্ৰতিৱেদন লাভ কৰাৰ পিছত  বৃহস্পতিবাৰে  মিজোৰামৰ ৰাজ্যপালে এক জাননীযোগে ভংগ কৰিলে চাকমা স্বায়ত্ব শাসিত জিলা পৰিষদ। স্বায়ত্ব শাসিত জিলা পৰিষদখন ভংগ কৰি দিয়াৰ পাছত মিজোৰামৰ ৰাজ্যপাল নিৰ্ভয় শৰ্মাই আজি এটা জাননীযোগে ইয়াক নিজৰ শাসনৰ অধীনলৈ আনে।

ৰাজ্যপাল শৰ্মাই লাওংতলাই জিলাৰ উপায়ুক্ত এন চাখাইক চাকমা স্বায়ত্ব শাসিত জিলা পৰিষদৰ ক্ষমতা ব্যবহাৰ কৰাৰ সাময়িক দায়িত্বভাৰ অৰ্পণ কৰে।

শেহতীয়াভাৱে পৰিষদৰ ভিতৰচোৱাত সংঘটিত কেতবোৰ দুৰ্নীতিৰ বিষয়ে ৰাজ্যপালৰ ওচৰত অভিযোগ উত্থাপিত কৰা হৈছিল আৰু এই সন্দৰ্ভত ৰাজ্যপালে লাওংতলাইৰ প্ৰাক্তন উপায়ুক্ত অৰুণ টিৰ অধীনত এখন তদন্ত কমিটী গঠন কৰিছিল। কমিটীৰ পৰা প্ৰতিৱেদন লাভ কৰাৰ পিছত ২ মাৰ্চত ৰাজ্যপালে নতুনকৈ নিৰ্বাচন অনুষ্ঠিত নকৰা পৰ্যন্ত ৪ মাহৰ বাবে পৰিষদখন ভংগ কৰি দিয়ে। পৰিষদখন ভংগ হোৱাৰ পূৰ্বে চলিত বছৰৰ এপ্ৰিল মাহত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল।

উল্লেখ্য যে ২০১৭ চনত শাসনাধিষ্ঠ কংগ্ৰেছৰ ১২জন সদস্যই চাকমা স্বায়ত্ব শাসিত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কালী প্ৰসাদ টোংচোগ্যাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। তেতিয়া ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰা হৈছিল।২০১৭ চনৰ ডিচেম্বৰ মাহত কংগ্ৰেছ দলৰ অমিত কুমাৰ চাকমাৰ নেতৃত্বত নতুন পৰিষদ গঠন কৰা হৈছিল।

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি ১৯৭২ চনৰ ২৯ এপ্ৰিলত চাকমা জনগোষ্ঠীয় লোকসকলৰ বাবে চাকমা স্বায়ত্ব শাসিত জিলা পৰিষদ গঠন কৰা হৈছিল। পৰিষদে চাকমা স্বায়ত্ব শাসিত জিলা পৰিষদৰ এলেকাৰ ভিতৰৰ সকলো বিভাগতে বিধায়িনী, কাৰ্যবাহী আৰু ন্যায়িক ক্ষমতা ব্যৱহাৰ কৰাৰ অধিকাৰ লাভ কৰে।

Recent News

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

দিল্লীত এক পৈশাচিক ঘটনা! ছুটকেছৰ ভিতৰত উলংগ অৱস্থাত নাবালিকা

দিল্লীত এক পৈশাচিক ঘটনা! ছুটকেছৰ ভিতৰত উলংগ অৱস্থাত নাবালিকা

মাকক টকা নিদিয়াৰ বাবে হত্যা! পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

মাকক টকা নিদিয়াৰ বাবে হত্যা! পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

আমবাৰী আৰু দীঘলীপুখুৰী অঞ্চলত গছ কটা আৰু তথাকথিত “স্থানান্তৰ” প্ৰক্ৰিয়াৰ বিৰুদ্ধে সচেতন নাগৰিকৰ সংবাদমেল

আমবাৰী আৰু দীঘলীপুখুৰী অঞ্চলত গছ কটা আৰু তথাকথিত “স্থানান্তৰ” প্ৰক্ৰিয়াৰ বিৰুদ্ধে সচেতন নাগৰিকৰ সংবাদমেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd