• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2025 9:19 am
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা বিদ্যুৎ কেন্দ্ৰ (পাৱাৰ প্লেন্ট) নিৰ্মাণ কৰা হ’ব। সেইবাবেই মাটিৰ প্ৰয়োজন। কিন্তু সেই প্ৰকল্পৰ বাবে কৃষকৰ পৰা মাটি লৈ দিয়া হোৱা নাই কোনো ক্ষতিপূৰণ। বিহাৰত কোটি কোটি টকাৰ মাটি কাৰ্যতঃ বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৰ্পোৰেট বন্ধুক। বছৰত মাত্ৰ ১ টকাত! সেই ১০০০ একৰ মাটি ৩৩ বছৰৰ বাবে লিজত দিয়া হৈছে।

সোমবাৰে কংগ্ৰেছে মোডী চৰকাৰৰ বিৰুদ্ধে এনে বিস্ফোৰক অভিযোগ উত্থাপন কৰে। তীব্ৰ আক্ৰমণ কৰি কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই দাবী কৰে যে বিহাৰৰ ভাগলপুৰৰ সেই ১০৫০ একৰ মাটিয়েই নহয়, সেই মাটিত থকা প্ৰায় ১০ হাজাৰ আম, লিচু আৰু চেগুন গছো মোডীৰ কৰ্পৰেট বন্ধুৱে লৈ ল’ব।

Apply Now

সেই মাটিত এটা বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব। তাত উৎপাদিত বিদ্যুৎ বিহাৰৰ বাসিন্দাক প্ৰতি ইউনিটত ৬ টাকা ৭৫ পইচা মূল্যত বিক্ৰী কৰা হ’ব। এইটো ডাবল ইঞ্জিন চৰকাৰৰ পৰা ডাবল লুট! এইদৰে কংগ্ৰেছে চোকা আক্ৰমণেৰে মোডী চৰকাৰক কাঠগড়াত তুলিলে।

বিহাৰত আহি আছে বিধানসভা নিৰ্বাচন। ভোটাৰ তালিকাত বিশেষ গভীৰ নিৰীক্ষণ (SIR)ক লৈ ইতিমধ্যে বিৰোধীয়ে সৰৱ হৈ পৰিছে। নাগৰিকৰ ভোটাধিকাৰৰ বাবে ৰাজপথলৈ ওলাই আহিছে। এইবাৰ তেওঁলোকে ঘনিষ্ঠ উদ্যোগপতিসকলক মোডীৰ বিশেষ সুবিধাৰ বিষয়টোকো অস্ত্ৰ হিচাপে লৈছে।

সোমবাৰে কংগ্ৰেছৰ মিডিয়া বিভাগৰ মুৰব্বী পৱন খেৰাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে মোডী। কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে ভাগলপুৰৰ মাটিখিনি মোডীৰ কৰ্পৰেট বন্ধুক দিয়া হৈছে, যাৰ হাতত এতিয়া দেশৰ প্ৰায়বোৰ বিমানবন্দৰ, বন্দৰ, খনি তুলি দিয়া হৈছে। উল্লেখ্যা যে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে যথেষ্ট দিনৰ পৰা এই বিষয়বোৰক লৈ সৰৱ হৈ আহিছে।

পৱন খেৰাৰ প্ৰশ্ন, দেশত আৰু বিনিয়োগকাৰী নাই নেকি? এই সকলোবোৰ সুবিধা কেৱল প্ৰধানমন্ত্ৰীৰ বন্ধুক কিয় দিয়া হয়? লীজৰ নামত ভাগলপুৰত যি পৰিমাণৰ মাটি দিয়া হৈছে সেয়া বিহাৰৰ গান্ধী মৈদানৰ দৰে ১৬খন খেলপথাৰ হ’ব। ২২৫খন ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণ কৰিব পৰা যাব। সেই মাটি ৭৭০ খন ফুটবল খেলপথাৰৰ সমান। কিয় সেই মাটি খেতিয়কৰ পৰা লৈ মাত্ৰ এটকাত দি দিয়া হ’ব?

২৪০০ মেগাৱাট শক্তিৰ এই বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণৰ বাবে ২১,৪০০ কোটি টকা ব্যয় হ’ব। পৱন খেৰাই প্ৰশ্ন কৰে, প্ৰধানমন্ত্ৰীৰ একেজন ব্যৱসায়িক বন্ধুৱে কিয় বিজেপি শাসিত উত্তৰ প্ৰদেশত প্ৰতি ইউনিটত ৪ টকা আৰু মহাৰাষ্ট্ৰত ৩ টকাকৈ বিদ্যুৎ বিক্ৰী কৰিছে, আনহাতে বিহাৰত কিয় দাম দুগুণ?

তেওঁ কয়, এয়া দিন দুপৰতে ডকাইতি! গতিকে কংগ্ৰেছে কেৱল প্ৰতিবাদেই নহয়, বিহাৰত দলটোৱে ক্ষমতালৈ আহিলে এই প্ৰকল্পটো বাতিল কৰিব বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am
বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

October 13, 2026 8:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd