• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, November 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পোহৰলৈ আহিছে সনাতনী বিজেপি বিধায়কৰ পৰকীয়া প্ৰেমৰ অধ্যায়: বিধায়ক ঔৰসজাত সন্তানৰ ডিএনএ পৰীক্ষা কৰিবলৈ সাজু প্ৰতাৰিত মহিলাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2026 3:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভাৰ উপাধ্যক্ষ তথা পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি সমষ্টিৰ বিজেপি বিধায়ক ডাঃ হাবে টেৰণৰ বিৰুদ্ধে এগৰাকী ৪১ বছৰীয়া কাৰ্বি জনজাতীয় মহিলাই অতি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ডিফুস্থিত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত মহিলাগৰাকীয়ে দাবী কৰে যে তেওঁৰ পাঁচ বছৰীয়া পুত্ৰ সন্তানটিৰ পিতৃ ডাঃ হাবে টেৰণ। সন্তানটিৰ পিতৃত্ব নিৰূপণৰ বাবে নিজে ডি এন এ পৰীক্ষা কৰাবলৈ সাজু থকা বুলি উল্লেখ কৰি মহিলাগৰাকীয়ে বিধায়কজনকো এই পৰীক্ষাৰ সন্মুখীন হ’বলৈ মুকলি প্ৰত্যাহ্বান জনাইছে।

 

Apply Now

সংবাদমেলত মহিলাগৰাকীয়ে সদৰী কৰা ভাষ্য অনুসৰি, কলেজীয়া দিনৰ পৰাই ডাঃ হাবে টেৰণৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল। পৰৱৰ্তী সময়ত আন এজন পুৰুষৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হ’লেও ২০১৯ চনত ক’ভিড মহামাৰীৰ সময়ত চিকিৎসাজনিত সহায় বিচাৰি যোগাযোগ কৰাৰ পাছত দুয়োৰে মাজত পুনৰ ঘনিষ্ঠতা বৃদ্ধি পায়। মহিলাগৰাকীৰ অভিযোগ অনুসৰি, এই সম্পৰ্কৰ ফলতে তেওঁলোকৰ এটি পুত্ৰ সন্তান জন্ম হয় আৰু ইয়াৰ বাবেই পূৰ্বৰ স্বামীৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ ঘটে। তেওঁ দাবী কৰে যে ডাঃ টেৰণে নিৰ্বাচনৰ পাছত তেওঁক দ্বিতীয় পত্নীৰ মৰ্যাদা দিয়াৰ লগতে সন্তানটিৰ দায়িত্ব গ্ৰহণৰ প্ৰতিশ্ৰুতি দি গুৱাহাটীৰ এটা ভাড়া ঘৰত ৰখাৰ উপৰি সন্তানটিক বিদ্যালয়তো নামভৰ্তি কৰাইছিল। কিন্তু নিৰ্বাচনত জয়ী হৈ বিধানসভাৰ উপাধ্যক্ষ হোৱাৰ পাছৰে পৰা ডাঃ টেৰণে তেওঁক আওকাণ কৰা বুলি মহিলাগৰাকীয়ে অভিযোগ তোলে। আনকি হামৰেণস্থিত আৱৰ্ত ভৱনত সাক্ষাৎ কৰিবলৈ যাওঁতে দেহৰক্ষীৰ জৰিয়তে তেওঁক খেদি পঠিওৱা আৰু আন লোকৰ জৰিয়তে তেওঁৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰাই হাৰাশাস্তি কৰা বুলিও তেওঁ সংবাদমেলত গুৰুতৰ অভিযোগ আনে।

 

ইফালে, এই সমগ্ৰ বিষয়টোক লৈ আৰক্ষী, প্ৰশাসন আৰু ৰাজ্যিক মহিলা আয়োগৰ ভূমিকাৰ ওপৰতো মহিলাগৰাকীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁৰ অভিযোগ অনুসৰি, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক, দুয়োখন জিলাৰ বিজেপি সভাপতি, অসম ৰাজ্যিক মহিলা আয়োগ তথা কেইবাটাও স্থানীয় সংগঠনৰ ওচৰত লিখিত অভিযোগ দাখিল কৰাৰ পাছতো ডিফু আৰক্ষীয়ে গোচৰ ৰুজু কৰা নাই বা তেওঁ কোনো ন্যায় লাভ কৰা নাই। মহিলা সুৰক্ষা আৰু বহু বিবাহ বিৰোধী অভিযানক লৈ সৰৱ হৈ থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ তথা আঙুৰলতা ডেকা নেতৃত্বাধীন ৰাজ্যিক মহিলা আয়োগে এই স্পৰ্শকাতৰ বিষয়টোত কোনো পদক্ষেপ গ্ৰহণ নকৰাক লৈ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজনৈতিক প্ৰভাৱৰ বাবেই তদন্ত প্ৰক্ৰিয়া স্থবিৰ হৈ থকা বুলিও সমালোচকসকলে অভিযোগ উত্থাপন কৰিছে।

 

বৰ্তমান নিজৰ আৰু সন্তানটিৰ ভৱিষ্যত তথা জীৱনৰ নিৰাপত্তাক লৈ গভীৰ অনিশ্চয়তাত ভোগা মহিলাগৰাকীয়ে ন্যায় প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিধানসভাৰ অধ্যক্ষ, অসম আৰক্ষী, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু সাংসদ অমৰছিং তিছ’ৰ হস্তক্ষেপ কামনা কৰিছে। অৱশ্যে মহিলাগৰাকীয়ে উত্থাপন কৰা এই সমগ্ৰ অভিযোগ সন্দৰ্ভত বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে টেৰণ, শাসকীয় বিজেপি দল অথবা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই। বিষয়টোক লৈ ৰাজ্যৰ ৰাজনৈতিক আৰু সামাজিক মহলত ব্যাপক চৰ্চা অব্যাহত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পোহৰলৈ আহিছে সনাতনী বিজেপি বিধায়কৰ পৰকীয়া প্ৰেমৰ অধ্যায়: বিধায়ক ঔৰসজাত সন্তানৰ ডিএনএ পৰীক্ষা কৰিবলৈ সাজু প্ৰতাৰিত মহিলাৰ

পোহৰলৈ আহিছে সনাতনী বিজেপি বিধায়কৰ পৰকীয়া প্ৰেমৰ অধ্যায়: বিধায়ক ঔৰসজাত সন্তানৰ ডিএনএ পৰীক্ষা কৰিবলৈ সাজু প্ৰতাৰিত মহিলাৰ

November 25, 2026 3:40 pm
শান্তিৰ দূত প্ৰাক্তন আৰ্চবিচপ থমাছ মেনামপাৰামপিলৰ দেহাৱসান

শান্তিৰ দূত প্ৰাক্তন আৰ্চবিচপ থমাছ মেনামপাৰামপিলৰ দেহাৱসান

November 25, 2026 1:33 pm
নিশা বন্ধ হোৱা কেফেৰ তলা খুলি পাৰ্টী! পূব দিল্লীত ২২ বছৰীয়া যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ, দুগৰাকী মহিলা সহকৰ্মীসহ গ্ৰেপ্তাৰ ৩

নিশা বন্ধ হোৱা কেফেৰ তলা খুলি পাৰ্টী! পূব দিল্লীত ২২ বছৰীয়া যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ, দুগৰাকী মহিলা সহকৰ্মীসহ গ্ৰেপ্তাৰ ৩

November 25, 2026 12:20 pm
জিম্মাৰ পৰা পলায়নৰ চেষ্টা! আৰক্ষীৰ গুলীত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

জিম্মাৰ পৰা পলায়নৰ চেষ্টা! আৰক্ষীৰ গুলীত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

November 25, 2026 8:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পোহৰলৈ আহিছে সনাতনী বিজেপি বিধায়কৰ পৰকীয়া প্ৰেমৰ অধ্যায়: বিধায়ক ঔৰসজাত সন্তানৰ ডিএনএ পৰীক্ষা কৰিবলৈ সাজু প্ৰতাৰিত মহিলাৰ

পোহৰলৈ আহিছে সনাতনী বিজেপি বিধায়কৰ পৰকীয়া প্ৰেমৰ অধ্যায়: বিধায়ক ঔৰসজাত সন্তানৰ ডিএনএ পৰীক্ষা কৰিবলৈ সাজু প্ৰতাৰিত মহিলাৰ

November 25, 2026 3:40 pm
শান্তিৰ দূত প্ৰাক্তন আৰ্চবিচপ থমাছ মেনামপাৰামপিলৰ দেহাৱসান

শান্তিৰ দূত প্ৰাক্তন আৰ্চবিচপ থমাছ মেনামপাৰামপিলৰ দেহাৱসান

November 25, 2026 1:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd