• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

মুকুল চাংমাৰ দাবী এমডিএৰ হাতত নাই মাওলং হৰিজন পথৰ সমাধান

এন ই নাও নিউজ by এন ই নাও নিউজ
June 6, 2018 4:36 pm
Miani-D-Shira
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমপাতি সমষ্টিত ভূতপূৰ্ব কংগ্ৰেছী মুখ্য মন্ত্ৰী মুকুল চাংমাৰ কন্যা মিয়ানি ডি শ্বিৰা নিৰ্বাচিত হোৱাৰ পাছত মঙলবাৰে তেওঁ মেঘালয়ৰ নৱম বিধানসভাৰ বিধায়িকা হিচাপে শপত গ্ৰহণ কৰে।

সুদীৰ্ঘ ২৫ বছৰ ধৰি মিয়ানিৰ পিতৃ মেঘালয়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমাই আমপাতি সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অহাৰ পাছত এইবাৰ পিতৃৰ ঠাইত তেওঁ এই সমষ্টিৰ পৰা বিৰাট ব্যৱধানত বিজয়ী হোৱাৰ পাছত আমপাতি এতিয়াও কংগ্ৰেছৰ অভেদ্য দুৰ্গ হিচাপে নিশ্চিত হৈছে।

বিধানসভাৰ অধ্যক্ষ ডংকুপাৰ ৰয়ে উপাধ্যক্ষ তিমোথি ডি শ্বিৰা আৰু কংগ্ৰেছৰ অন্যন্য বিধায়কৰ উপস্থিতিত মিয়ানিক কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। শপত গ্ৰহণৰ পাছত তেওঁ কয় যে সমষ্টিটোত মানৱ সম্পদৰ বিকাশেই তেওঁৰ প্ৰাথমিক উদ্দেশ্য।তেওঁ আৰু কয় যে তেওঁৰ পিতৃয়ে সমষ্টিটোৰ বাবে যথেষ্ট কাম কৰিছে আৰু তেওঁৰ কাম হৈছে সমষ্টিটোৰ বিকাশৰ ধাৰাটোক আগবঢ়াই নিয়া। আৰু মানুহৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰখা তথা মানৱ সম্পদৰ বিকাশ সাধন কৰা।

তেওঁৰ কন্যাই শপত গ্ৰহণ কৰাৰ পূৰ্বে মুকুল চাংমাই বৰ্তমান ২১ গৰাকী বিধায়কেৰে একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰা কংগ্ৰেছে মেঘালয়ত চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিব নে নাই সেই সন্দৰ্ভত কোনো মন্তব্য নকৰিলে।

এই ক্ষেত্ৰত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে অৰ্থবহভাৱে কয় যে এয়া এটা লাখটকীয়া প্ৰশ্ন। তেওঁ তিনিপাতৰ খেলৰ উদাহৰণেৰে কয় যে খেলোঁতাই তিনিখন তাছপাত টেবুলৰ ওপৰত থৈ নিদিয়ে। ৰাজনীতি ঠিক এই খেলৰ নিয়মৰ দৰে দৰেই সৰল। তেওঁ গোটেইকেইখন পাত সঠিক সময়ৰ বাবে অত্যন্ত সযতনে ৰাখি থৈছে বুলি মন্তব্য কৰে।

তেওঁৰ দলে কৰ্ণাটকৰ দৰে মেঘালয়ত চৰকাৰ গঠনৰ দিশত আগবাঢ়িব নেকি বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত চাংমাই কয় যে সেই সন্দৰ্ভত তেওঁ পিছত প্ৰকাশ কৰিব।

উল্লেখ্য যে যোৱা ২৮ মে’ৰ নিৰ্বাচনত আমপাতি সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী বিজয়ী হোৱাৰ পাছত এতিয়া ৬০ জনীয়া মেঘালয় বিধানসভাত কংগ্ৰেছৰ আসন হৈছেগৈ ২১ খন।

মাওলঙৰ হৰিজন পথৰ (Them ïew Mawlong) বিষয়টো সন্দৰ্ভত তেওঁ কয় যে শাসনাধিষ্ঠ এমডিএ চৰকাৰে এই সমস্যাটো সমাধান কৰিব নোৱাৰে আৰু মাথোঁ আঠ বছৰত সকলোখিনি কৰাটো সম্ভৱপৰ নহয়। বৰ্তমানৰ স্থানৰ পৰা বাসিন্দাসকলক অন্য স্থানত প্ৰতিস্থাপন কৰাটোত যথেষ্ট সময়ৰ আৱশ্যক বুলিও তেওঁ মন্তব্য কৰে।

কিন্তু তাৎপৰ্যপূৰ্ণভাৱে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয় যে যদিহে কংগ্ৰেছে জনাদেশ লাভ কৰিলেহেতেন তেন্তে তেওঁলোকে তাৎক্ষণিকভাৱে বিষয়টো নিয়ন্ত্ৰণ কৰিলেহেঁতেন।

তেওঁ কয় যে যদিহে এমডিএ চৰকাৰে মাওলঙৰ হৰিজন পথৰ সমস্যাটো সমাধান কৰিবলৈ অপাৰগ হয় তেন্তে তেওঁলোকে এই সমস্যাটো এটা যুক্তিপূৰ্ণ সময়ৰ ভিতৰত সমাধান কৰিব।

তেওঁ কয় যে এই সমস্যাটোৰ সমাধানৰ বাবে ৰাজ্যখনে বহু বছৰ ধৰি প্ৰচেষ্টা কৰি আহিছে। এই সস্যাটোৰ সমাধান ইয়াতেই আছে, আৰু এই সমস্যাটো সম্পূৰ্ণ সমাধান কৰিব লাগে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd