• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্য মন্ত্ৰী-জলসম্পদ মন্ত্ৰীৰ নিৰ্দেশৰ পিছতো উন্মুক্ত অৱস্থাতে ৰ’ল নলবাৰীৰ মৰাপাগলাদিয়া নদীৰ ভগ্ন মথাউৰি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2018 12:44 pm
525
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু জলসম্পদ মন্ত্রী কেশৱ মহন্তই মার্চ মাহৰ ভিতৰত ৰাজ্যৰ সকলো ভগ্ন মথাউৰি নির্মাণৰ অন্তিম সীমা বান্ধি দি কঠোৰ নিৰ্দেশ দিছিল। কিন্তু মুখ্যমন্ত্রী, জলসম্পদ মন্ত্রীৰ নিৰ্দেশ তথা বান্ধি দিয়া সময়সীমা উকলি যোৱাৰ পিছতো ৰাজ্যখনত মথাউৰি নির্মাণৰ কাম বাস্তৱত পৰিণত নহ’ল৷

এই কথা প্ৰমাণ কৰিছে নলবাৰী জিলাৰ টিহু মহকুমাৰ অন্তর্গত বালি গাঁৱৰ মৰাপাগলাদিয়া নদীৰ ভগ্ন মথাউৰিটোৱে। মুখ্য মন্ত্ৰী তথা জল সম্পদ মন্ত্ৰীৰ নিৰ্দেশৰ পিছতো যোৱা বছৰে বানে ছিঙা মথাউৰিটো বৰ্তমানো উন্মুক্ত অৱস্থাতে আছে।

উল্লেখযোগ্য যে যোৱা বছৰ মৰাপাগলাদিয়া নদীৰ সোঁতে বালি গাঁৱৰ কৈহাটিপাৰাৰ পৰা টিহু-আখৰা গড়কাপ্টানী পথ সংলগ্ন মথাউৰিটো ছিঙি কৈহাটিপাৰা, মধ্য ষাঠিকুছি, কুলবিল, গৰবেৰ, সাৰাপাৰা আদি অঞ্চলসমূহৰ কেইবা হেক্টৰ কৃষিভূমি আৰু ঘৰ-দুৱাৰৰ ক্ষতিসাধন কৰিছিল৷

ইফালে মুখ্যমন্ত্রী আৰু মন্ত্রীগৰাকীৰ এই নির্দেশত ৰাজ্যৰ কৃষক আৰু সর্বসাধাৰণ ৰাইজে স্বস্তিৰ নিশ্বাস এৰিছিল যদিও বৰ্তমান স্থানীয় ৰাইজে মথাউৰিটো নিৰ্মাণ নোহোৱাত আগতীয়াকৈ বানৰ আশংকাত ভুগিছে। কিয়নো আগন্তুক বাৰিষাত মথাউৰিৰ উন্মুক্ত অংশইদি পানী সোমাই ভেটি-মাটি উছন হোৱাৰ লগতে কৃষিভূমি জাহ যোৱাটো নিশ্চিত হৈ পৰিছে৷

এইক্ষেত্ৰত ভুক্তভোগী সকলে ৰাজ্য চৰকাৰক অতি শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

 

Recent News

‘জীৱিত মহিলা’ক হত্যা কৰাৰ অপৰাধত ৭ বছৰৰ কাৰাদণ্ডৰ অন্তত মুকলি হ’ল এজন ব্যক্তি

‘জীৱিত মহিলা’ক হত্যা কৰাৰ অপৰাধত ৭ বছৰৰ কাৰাদণ্ডৰ অন্তত মুকলি হ’ল এজন ব্যক্তি

কৰ্কট ৰোগত আক্ৰান্ত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেন; বৰ্তমান কেনে আছে তেওঁৰ স্বাস্থ্য?

কৰ্কট ৰোগত আক্ৰান্ত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেন; বৰ্তমান কেনে আছে তেওঁৰ স্বাস্থ্য?

সুন্দৰী ইউটিউবাৰৰ পিছত এইবাৰ ব্যৱসায়ী; উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ আন এক ‘পাকিস্তানী গুপ্তচৰ’

সুন্দৰী ইউটিউবাৰৰ পিছত এইবাৰ ব্যৱসায়ী; উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ আন এক ‘পাকিস্তানী গুপ্তচৰ’

মহাৰাষ্ট্ৰৰ কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড; অগ্নিদগ্ধ হৈ ৮ জনৰ মৃত্যু, দিল্লী-কোঝিকোডতো অগ্নিকাণ্ড

মহাৰাষ্ট্ৰৰ কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড; অগ্নিদগ্ধ হৈ ৮ জনৰ মৃত্যু, দিল্লী-কোঝিকোডতো অগ্নিকাণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd