• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেখেলা-চাদৰ পিন্ধি বিহু নাচিলে, বাগানত শ্ৰমিকৰ লগত চাহপাত ছিঙিলে প্ৰিয়ংকা চোপ্ৰাই

এন ই নাও নিউজ by এন ই নাও নিউজ
April 29, 2018 8:57 pm
শ্বুটিঙৰ বাবে যোৰহাটত বলিউদৰ অভিনেত্ৰী প্ৰিংয়কা চোপ্ৰা।

শ্বুটিঙৰ বাবে যোৰহাটত বলিউদৰ অভিনেত্ৰী প্ৰিংয়কা চোপ্ৰা।

298
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ মায়ানগৰীত ঐশ্বৰ্য্যৰ মাজত দিন কটোৱা হিন্দী চিনেমাৰ তাৰকা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা এতিয়া অসম পৰ্য্যটনৰ শ্বুটিঙৰ বাবে ব্যস্ত আছে অসমৰ সজীৱ প্ৰাকৃতিক পৰিৱেশ আৰু অসমীয়া সংস্কৃতিৰ আৱেষ্টনীৰ মাজত।

Priyanka_Chopra_2

বৰ্তমান যোৰহাটত থকা বলিউদী তাৰকা অভিনেত্ৰীগৰাকীক আজি গছতলৰ বিহুত বিহুনাচত অংশ লোৱা দেখা গ’ল। লগতে দেখা গ’ল বাগানত চাহপাত তোলা মহিলা শ্ৰমিকসকলৰ সৈতে চাহপাত তুলি থকা। দেখা গ’ল বাগানৰ সেউজীয়াৰ মাজে মাজে চাইকেল চলোৱা। এই সকলোবোৰ আছিল অসম পৰ্য্যটনৰ নিৰ্ধাৰিত ডকুমেণ্টেৰিৰ শ্বুটিঙৰ অংশ।

Priyanka_Chopra

কিন্তু এই অভিনয়ৰ ফাঁকে ফাঁকে অভিনেত্ৰীগৰাকীয়ে বাস্তৱতো বিচাৰি পাইছে অসমৰ সমাজ-সংস্কৃতি আৰু প্ৰকৃতিৰ অনন্য স্বাদ। ছচিয়েল মিডিয়াৰ পোষ্টত নিজকে অতি ‘সুখী’ ৰূপত উপস্থাপন কৰি তেওঁক আজিৰ দিনটোৰ অভিজ্ঞতাৰ নিৰ্বাচিত অংশ শ্বেযাৰ কৰা দেখা গৈছে।

প্ৰিয়ংকাই ফেচবুকৰ পোষ্টত উল্লেখ কৰে অসমীয়া মহিলাৰ পৰম্পৰাগত সাজ চাদৰ-মেখেলাৰ কথা, উল্লেখ কৰে লিলি ৰাধা নামৰ এজনী কণমানিৰ কথা। কৃতজ্ঞতাৰে উল্লেখ কৰিবলৈ নাপাহৰে তেওঁৰ অভিনয়ৰ অংশ হোৱা শান্ত-গম্ভীৰ হাতী ‘গীতা’ৰ কথা। Thank you Geeta.. for your strength your beauty and your grace নিজৰ পোষ্টত গীতাৰ কথা এইদৰে লিখে প্ৰিয়ংকাই।

আনহাতে অভিনেত্ৰীগৰাকীয়ে শ্বুটিঙত অংশগ্ৰহণ কৰা বাগানৰ শ্ৰমিকসকলক নিজৰ স্বাক্ষৰৰ সৈতে গামোচা উপহাৰ দিয়ে।অসমত আজিৰ দিনটোত নিজৰ অভিজ্ঞতাৰ সাক্ষীস্বৰূপ কেইবাখনো ফটোও শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে বৰ্তমান অসম পৰ্য্যটনৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে চুক্তিবদ্ধ হৈ থকা প্ৰিয়ংকা চোপ্ৰাই উক্ত তথ্য চিত্ৰখনত অভিনয় কৰিবলৈ কালি যোৰহাটত উপস্থিত হৈছিলহি। তেওঁল আজি ৰাতি চকলং পদ্ধতিৰ বিবাহ অনুষ্ঠানৰ শ্বুটিং এটাত ভাগ লোৱাৰ কথা।

Recent News

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd