যোৰাবাটৰ ১৩ মাইলত আজি পুৱাই সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। এখন মালভৰ্তি দ্ৰুতবেগী ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে এজন লোক নিহত হয়। বৰ্তমান সময় পৰ্যন্ত চিনাক্ত হোৱা নাই লোকজন। জানিব পৰা মতে সোণাপুৰ অভিমুখে গৈ আছিল ট্ৰাকখন।
যোৰাবাটত দুৰ্ঘটনা, এজন নিহত
-
By NE NOW NEWS
- Categories: অসম
Related Content
বিকল্প নাই! বিক্ৰী হ’ব কোম্পানী, আৰ বি আইৰ পৰা ১০ দিনৰ সময় বিচাৰিলে অনিল আম্বানীয়ে
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 19, 2024 11:55 am
ডক্টৰেট ডিগ্ৰী লাভ কৰিলে মেকুৰীয়ে; কিয় দিয়া হ’ল এই সন্মান?
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 19, 2024 10:16 am
হিচাপ এতিয়াও বাকী! আয়কৰ অভিযানত জোতা ব্যৱসায়ীৰ লুকাই ৰখা স্থানৰ পৰা উদ্ধাৰ টকাৰ পাহাৰ
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 19, 2024 8:53 am
নিৰ্বাচনৰ মাজতে নাড্ডাৰ দৰ্প! ‘বিজেপি আৰু পূৰ্বৰ দৰে আৰএছএছৰ ওপৰত নিৰ্ভৰশীল নহয়’
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 19, 2024 7:51 am
বিদেশত মেডিকেল পঢ়িবলৈ গৈ মাৰাত্মক বিপদত ভাৰতীয় শিক্ষাৰ্থী; সতৰ্ক কৰি দিলে বিদেশ মন্ত্ৰালয়ে
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 18, 2024 2:53 pm
সম্বিৎ ঘূৰি অহা নাই স্মাৰ্ট আৰক্ষীৰ! গুৱাহাটীত সপ্তম শ্ৰেণীৰ কিশোৰীক অপহৰণ কৰি ধৰ্ষণ
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 18, 2024 2:45 pm