• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লক্ষ্ণৌ আৰক্ষীৰ হাতত ভালেকেইটা ডকাইতিত জড়িত বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 30, 2018 8:23 am
detained bangladeshi national in lucknow

ফটো : দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ সৌজন্যত

91
VIEWS
Share on FacebookShare on Twitter

অসমত অবৈধ বাংলাদেশী নাগৰিকৰ সমস্যাই তোলাপাৰ লগাই থকাৰ সময়তেই  শুকুৰবাৰে পুৱা লক্ষ্ণৌৰ মহানগৰ এলেকাত আৰক্ষীয়ে দুজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। লোকদুজনক ছফিকুল (২৬) আৰু কামাল (২৮) বুলি চিনাক্ত কৰা হৈছে।

এই লোককেইজনে  ভাৰতৰ বিভিন্ন এলেকাত সংঘটিত ভালেকেইটা ডকাইতিৰ সৈতে জড়িত বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে।

এই লোকদুজন আৰক্ষীৰ সৈতে হোৱা এটা সংঘৰ্ষত আহত হৈছে বুলি আৰক্ষীয়ে দাবী কৰিছে। বৰ্তমান লোকদুজনৰ অৱস্থা স্থিৰ আৰু গ্ৰেপ্তাৰৰ পাছতেই তেওঁলোকক চিকিৎসাসেৱা প্ৰদান কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

সংঘৰ্ষত কোনো আৰক্ষীৰ লোক আহত হোৱা নাই বুলি আৰক্ষীয়ে জনাইছে।

আৰক্ষীয়ে দাবী কৰিছে যে এই লেকদুজনে এই লোকদুজনৰ দলটোৱে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি ভাৰতত নানা দুষ্কাৰ্য সংঘটিত কৰি উঠি নিৰ্বিঘ্নে পুনৰ বাংলাদেশলৈ উভতি যায়।

‘আৰক্ষীৰ লোকৰ এটা গোট শুকুৰবাৰে পুৱা অপৰাধী চক্ৰটোৱে  ঘূৰা-ফিৰা কৰি থকা গম পাই জাগুৱালি ক্ৰছিঙত উপস্থিত হয়।’  আৰক্ষীৰ আৰক্ষীৰ অতিৰিক্ত অধীক্ষক (গোমতী এলেকাৰ সিপাৰৰ এলেকাৰ) হৰেন্দ্ৰ কুমাৰে কয়। ‘ পুৱা প্ৰায় ৪-৩০ বজাত আৰক্ষীয়ে কেইজন মান লোকক প্ৰত্যক্ষ কৰে। আৰক্ষীয়ে তেওঁলোকক বাধা দিবলৈ বাধা দিবলৈ চেষ্টা কৰাৰ লগে লগে তেওঁলোকে আৰক্ষীৰ লোকলৈ বুলি লক্ষ্য কৰি গুলিয়াবলৈ ধৰে। প্ৰত্যুত্তৰত আৰক্ষীয়েও আত্মৰক্ষা কৰিবলৈ গুলী চালনা কৰে। এই ঘটনাত দলটোৰ দুজন লোক আহত হয় আৰু অন্য লোককেইজন পলাই যাবলৈ সক্ষম হয়।

বৰ্তমান আৰক্ষীয়ে লোককেইজনৰ সন্ধানত এটা অভিযান আৰম্ভ কৰিছে।’ আৰক্ষীৰ অতিৰিক্ত অধীক্ষকগৰাকীয়ে লগতে কয়। তেওঁ আৰু কয় যে এই লদটোৱেই ২০১৬ আৰু ২০১৭চনত লক্ষ্ণৌত সংঘটিত ৪টা ডকাইতিৰ ঘটনাত জড়িত আছিল। অনুসন্ধানৰ সময়ত লোককেইজন বাংলাদেশৰ নাগৰিক বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অপৰাধী গোটটোৰ এজনৰ মোবাইল নম্বৰ অনুসৰণ কৰি দলটোৰ অৱস্থিতি ধৰা পেলাবলৈ সক্ষম হয়। নিয়মমাফিক নিৰীক্ষণৰ সময়ত আৰক্ষীয়ে অপৰাধী দলটোক অনুসৰণ কৰিবলৈ সক্ষম হয়।

সংঘৰ্ষৰ পাছত আৰক্ষীৰ জেৰাত তেওঁলোকে অপৰাধত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে।

আৰক্ষী অধীক্ষকগৰাকীয়ে কৈছে যে জেৰাত এই বাংলাদেশী নাগৰিকদুজনে স্বীকাৰ কৰিছে যে তেওঁলোক আৰু তেওঁলোকৰ দলটো জবলপুৰ, বাংগালোৰ আৰু দিল্লী আৰু অন্যন্য ৰাজ্যত ভালেকেইটা অপৰাধ সংঘটিত কৰিছে। ঘটনাৰ চয়-নিশ্চয় কৰিবলৈ ইতিমধ্যে সংশ্লিষ্ট ৰাজ্যসমূহৰ আৰক্ষী প্ৰশাসনক অৱগত কৰোৱা হৈছে।

আৰক্ষীৰ জেৰাত এই লোকদুজনে স্বীকাৰ কৰিছে যে তেওঁলোকৰ দলত ৮জন সদস্য আছে। অপৰাধ কৰাৰ উদ্দেশ্যে তেওঁলোকে মালদা হৈ ভাৰতত প্ৰৱেশ কৰিছে আৰু বুধবাৰে কানপুৰত আহি উপস্থিত হৈছে। কানপুৰৰ পৰা তেওঁলোকে বাছেৰে আহি লক্ষ্ণৌত উপস্থিত হৈছে।

আৰক্ষীয়ে লোকদুজনৰ পৰা নগদ ৯,০০০টকা, কিছু বাংলাদেশী মুদ্ৰা আৰু দুটা দেশত নিৰ্মিত পিষ্টল উদ্ধাৰ কৰিছে।

Recent News

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd