• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী

লক্ষ্ণৌ আৰক্ষীৰ হাতত ভালেকেইটা ডকাইতিত জড়িত বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 30, 2018 8:23 am
detained bangladeshi national in lucknow

ফটো : দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত অবৈধ বাংলাদেশী নাগৰিকৰ সমস্যাই তোলাপাৰ লগাই থকাৰ সময়তেই  শুকুৰবাৰে পুৱা লক্ষ্ণৌৰ মহানগৰ এলেকাত আৰক্ষীয়ে দুজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। লোকদুজনক ছফিকুল (২৬) আৰু কামাল (২৮) বুলি চিনাক্ত কৰা হৈছে।

এই লোককেইজনে  ভাৰতৰ বিভিন্ন এলেকাত সংঘটিত ভালেকেইটা ডকাইতিৰ সৈতে জড়িত বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে।

Apply Now

এই লোকদুজন আৰক্ষীৰ সৈতে হোৱা এটা সংঘৰ্ষত আহত হৈছে বুলি আৰক্ষীয়ে দাবী কৰিছে। বৰ্তমান লোকদুজনৰ অৱস্থা স্থিৰ আৰু গ্ৰেপ্তাৰৰ পাছতেই তেওঁলোকক চিকিৎসাসেৱা প্ৰদান কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

সংঘৰ্ষত কোনো আৰক্ষীৰ লোক আহত হোৱা নাই বুলি আৰক্ষীয়ে জনাইছে।

আৰক্ষীয়ে দাবী কৰিছে যে এই লেকদুজনে এই লোকদুজনৰ দলটোৱে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি ভাৰতত নানা দুষ্কাৰ্য সংঘটিত কৰি উঠি নিৰ্বিঘ্নে পুনৰ বাংলাদেশলৈ উভতি যায়।

‘আৰক্ষীৰ লোকৰ এটা গোট শুকুৰবাৰে পুৱা অপৰাধী চক্ৰটোৱে  ঘূৰা-ফিৰা কৰি থকা গম পাই জাগুৱালি ক্ৰছিঙত উপস্থিত হয়।’  আৰক্ষীৰ আৰক্ষীৰ অতিৰিক্ত অধীক্ষক (গোমতী এলেকাৰ সিপাৰৰ এলেকাৰ) হৰেন্দ্ৰ কুমাৰে কয়। ‘ পুৱা প্ৰায় ৪-৩০ বজাত আৰক্ষীয়ে কেইজন মান লোকক প্ৰত্যক্ষ কৰে। আৰক্ষীয়ে তেওঁলোকক বাধা দিবলৈ বাধা দিবলৈ চেষ্টা কৰাৰ লগে লগে তেওঁলোকে আৰক্ষীৰ লোকলৈ বুলি লক্ষ্য কৰি গুলিয়াবলৈ ধৰে। প্ৰত্যুত্তৰত আৰক্ষীয়েও আত্মৰক্ষা কৰিবলৈ গুলী চালনা কৰে। এই ঘটনাত দলটোৰ দুজন লোক আহত হয় আৰু অন্য লোককেইজন পলাই যাবলৈ সক্ষম হয়।

বৰ্তমান আৰক্ষীয়ে লোককেইজনৰ সন্ধানত এটা অভিযান আৰম্ভ কৰিছে।’ আৰক্ষীৰ অতিৰিক্ত অধীক্ষকগৰাকীয়ে লগতে কয়। তেওঁ আৰু কয় যে এই লদটোৱেই ২০১৬ আৰু ২০১৭চনত লক্ষ্ণৌত সংঘটিত ৪টা ডকাইতিৰ ঘটনাত জড়িত আছিল। অনুসন্ধানৰ সময়ত লোককেইজন বাংলাদেশৰ নাগৰিক বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অপৰাধী গোটটোৰ এজনৰ মোবাইল নম্বৰ অনুসৰণ কৰি দলটোৰ অৱস্থিতি ধৰা পেলাবলৈ সক্ষম হয়। নিয়মমাফিক নিৰীক্ষণৰ সময়ত আৰক্ষীয়ে অপৰাধী দলটোক অনুসৰণ কৰিবলৈ সক্ষম হয়।

সংঘৰ্ষৰ পাছত আৰক্ষীৰ জেৰাত তেওঁলোকে অপৰাধত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে।

আৰক্ষী অধীক্ষকগৰাকীয়ে কৈছে যে জেৰাত এই বাংলাদেশী নাগৰিকদুজনে স্বীকাৰ কৰিছে যে তেওঁলোক আৰু তেওঁলোকৰ দলটো জবলপুৰ, বাংগালোৰ আৰু দিল্লী আৰু অন্যন্য ৰাজ্যত ভালেকেইটা অপৰাধ সংঘটিত কৰিছে। ঘটনাৰ চয়-নিশ্চয় কৰিবলৈ ইতিমধ্যে সংশ্লিষ্ট ৰাজ্যসমূহৰ আৰক্ষী প্ৰশাসনক অৱগত কৰোৱা হৈছে।

আৰক্ষীৰ জেৰাত এই লোকদুজনে স্বীকাৰ কৰিছে যে তেওঁলোকৰ দলত ৮জন সদস্য আছে। অপৰাধ কৰাৰ উদ্দেশ্যে তেওঁলোকে মালদা হৈ ভাৰতত প্ৰৱেশ কৰিছে আৰু বুধবাৰে কানপুৰত আহি উপস্থিত হৈছে। কানপুৰৰ পৰা তেওঁলোকে বাছেৰে আহি লক্ষ্ণৌত উপস্থিত হৈছে।

আৰক্ষীয়ে লোকদুজনৰ পৰা নগদ ৯,০০০টকা, কিছু বাংলাদেশী মুদ্ৰা আৰু দুটা দেশত নিৰ্মিত পিষ্টল উদ্ধাৰ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd