বিগত ক্ৰমাগত তিনিটা দিনত বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনা ঘটি থকাৰ পিছত আজি ক্ৰমাগত চতুৰ্থ দিনৰ বাবে বন বিভাগৰ গাফিলতিত আন এটা হাতীয়ে মৃত্যুক সাৱটি ল’লে লখিমপুৰ জিলাৰ ডিজু বাগিচাত। হাতীটোৰ কৰুণ মৃত্যু হয় চাহ বাগিচা কৰ্তৃপক্ষই এলিফেণ্ট কৰিড’ৰত খন্দা এটা নলাত পৰি। উল্লেখযোগ্য যে উক্ত এলিফেণ্ট কৰিড’ৰৰ সমীপতে বন বিভাগৰ কাৰ্যালয় অৱস্থিত যদিও নলা খন্দাক লৈ গুৰুত্ব নাছিল বন বিভাগৰ। স্থানীয় ৰাইজে বন বিভাগৰ অৱহেলাৰ ফলতেই হাতীটোৰ মৃত্যু হোৱা বুলি অভিযোগ কৰে। আনহাতে ইটোৰ পিছত সিটো বনৰীয়া হাতীয়ে মৃত্যু সাৱটিব লগীয়া হোৱাৰ ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰিছ অসমৰ সচেতন ৰাইজে। উল্লেখযোগ্য যে বন বিভাগৰ সম্পূৰ্ণ অৱহেলা আৰু অকৰ্মণ্যতাৰ বাবেই চাৰিটা দিনত পাঁচটাকৈ বনৰীয়া হাতীয়ে প্ৰাণ হেৰুৱাব লগীয়া হ’ল।
লখিমপুৰত বনবিভাগৰ অকৰ্মণ্যতাৰ বাবেই নলাত পৰি বনৰীয়া হাতীৰ মৃত্যু
-
By NE NOW NEWS
- Categories: অসম
Related Content
বৰ্ণবাদে সম্প্ৰীতিৰ বিহুক পৰিণত কৰিলে সাম্প্ৰদায়িকতালৈ! কোচে পতা বিহু চাই এঘৰীয়া হ’ল ২৬ টা নাথ পৰিয়াল
By
এন ই নাও নিউজ ব্যুৰো, লখিমপুৰ:
May 16, 2024 9:30 pm
অত্যাৱশকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰ : যোগান বিভাগৰ নীতিৰ বিৰুদ্ধে সৰৱ আপ
By
এন ই নাও নিউজ ব্যুৰো, লখিমপুৰ:
May 16, 2024 7:36 pm
চাঞ্চল্য! দিছপুৰৰ জনতা ভৱনৰ সমুখতে উদ্ধাৰ অচিনাক্ত ব্যক্তিৰ মৃতদেহ
By
এন ই নাও নিউজ ব্যুৰো, লখিমপুৰ:
May 16, 2024 4:20 pm
হিমন্ত উবাচ! "বিজেপিয়ে ৪০০ আসন লাভ কৰিলেই ঘূৰাই লোৱা হ'ব পাকিস্তান অধিকৃত কাশ্মীৰ"
By
এন ই নাও নিউজ ব্যুৰো, লখিমপুৰ:
May 16, 2024 3:26 pm
বিশেষ আদালতে PMLA অভিযোগ গ্ৰহণ কৰাৰ পিছত ইডিয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে অভিযুক্তক: উচ্চতম ন্যায়ালয়
By
এন ই নাও নিউজ ব্যুৰো, লখিমপুৰ:
May 16, 2024 1:21 pm
আন্তৰ্জাতিক ফুটবলৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিলে ভাৰতীয় তাৰকা ফুটবলাৰ সুনীল ছেত্ৰীয়ে
By
এন ই নাও নিউজ ব্যুৰো, লখিমপুৰ:
May 16, 2024 11:41 am