• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লাফিকুল হত্যাৰ এবছৰ : চৰকাৰলৈ ব্যৰ্থতাৰ আঙুলি এবিএমছুৰ; পৰিয়ালে ওভতাব চাকৰি

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
July 24, 2018 10:17 pm
abmsu assam
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাৰ এবছৰ সম্পূৰ্ণ হ’বৰ হোৱা সত্ত্বেও হত্যাকাৰীৰ কোনো সন্ধান উলিয়াব নোৱৰা চৰকাৰলৈ ব্যৰ্থতাৰ আঙুলি টোৱাইছে সংগঠনটোৱে।

‘(লাফিকুল) হত্যাৰ তদন্ত এচআইটি, চিবিআইক দিয়া হ’ল যদিও হত্যাকাৰীৰ কোনো ক্লুৱেই বাহিৰ কৰিব নোৱাৰিলে তদন্তকাৰী সংস্থাই। সেয়ে এই হত্যাৰ আঁৰত যে গভীৰ যড়যন্ত্ৰ লুকাই আছিল সেয়া আৰু ৰাইজৰ বুজিবলৈ বাকী নাই,’ এবিএমছুৰ সভাপতি শ্বাহকামাল খণ্ডকাৰৰ মন্তব্য।

লাফিকুলৰ পৰিয়ালৰ দুজন সদস্যক তেওঁৰ হত্যাৰ পিছত বিটিচি প্ৰশাসনে দিয়া ঠিকাভিত্তিক চাকৰি আৰু আৰ্থিক অনুদানো ওভতাই দিয়া হ’ব বুলিও ঘোষণা কৰিছে এবিএমছুৱে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো খণ্ডকাৰে মিছলীয়াৰূপে আখ্যা দিয়ে। অহা ১ আগষ্টত এবছৰ সম্পূৰ্ণ হ’ব লগা লাফিকুল হত্যাৰ লগত জৰিত হত্যাকাৰীক যিকোনো মূল্যৰ বিনিময়ত কৰায়ত্ত কৰি শাস্তি বিহা হ’ব বুলি মুখ্য মন্ত্ৰীয়ে দিয়া আশ্বাস প্ৰসংগত খণ্ডকাৰে এই মন্তব্য কৰিছে।

‘মুখ্যমন্ত্ৰীয়ে এবিএমছু আৰু আমছুৰ প্ৰতিনিধিৰ আগত যিকোনো মূল্যৰ বিনিময়ত লাফিকুলৰ হত্যাকাৰীক কৰায়ত্ব কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল,’ কোকৰাঝাৰৰ কাষৰ ভোটগাঁওস্থিত এবিএমছুৰ কাৰ্য্যালয়ত আজি ২৪ জুলাইত সংবাদমেলত এবিএমছুৰ সভাপতিৰ মন্তব্য।

চৰকাৰৰ ভূমিকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি খণ্ডকাৰে ‘লাফিকুলৰ হত্যাৰ দিনটো অৰ্থাৎ ১ আগষ্ট দিনটো ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰা হ’ব’ বুলি জনোৱাৰ লগতে ‘উক্ত দিনাই ন্যায় প্ৰদানৰ দাবীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব’ বুলিও ঘোষণা কৰে।

ইপিনে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত ৰাজ্যত চলি থকা এন আৰ চি উন্নীতকৰণৰ কামক আদৰণি জনাই যদিও সংগঠনটোৱে অসম আৰক্ষীৰ সীমান্ত আৰক্ষী বিভাগে কোনোধৰণৰ নথি-পত্ৰ পৰীক্ষা নকৰাকৈ প্ৰকৃত ভাৰতীয় লোক তথা সংখ্যালঘুক “ডি” ভোটাৰ হিচাপে জাননী প্ৰেৰণ কৰা কাৰ্যকো কঠোৰ ভাষাৰে সমালোচনা কৰিছে এবিএমছুৱে।

মৃতকৰ নামতো ডি ভোটাৰৰ জাননী প্ৰেৰণ কৰি সংখ্যালঘু লোকক মানসিক নিৰ্যাতন কৰা বুলি অভিযোগ কৰি এবিএমছুৰ সভাপতি গৰাকীয়ে সীমান্ত আৰক্ষীৰ এনে অপকাৰ্য শীঘ্ৰে বন্ধ নকৰিলে ব্যাপক গণ আন্দোলনো গঢ়ি তোলা হ’ব বুলিও হুমকি প্ৰদান কৰিছে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd