• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লোকটক হ্ৰদ সংৰক্ষণ: সংশ্লিষ্ট পক্ষৰ সৈতে আলোচনা আৰম্ভ কৰিলে আদালতৰ প্ৰতিনিধিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2018 11:59 am
Loktak
482
VIEWS
Share on FacebookShare on Twitter

উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম হ্ৰদ হিচাপে পৰিচিত লোকটক হ্ৰদৰ সংৰক্ষণ সন্দৰ্ভত সংশ্লিষ্ট পক্ষৰ সৈতে আলোচনা আৰম্ভ কৰিলে আদালতৰ প্ৰতিনিধিয়ে ।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী মণিপুৰ উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে যোৱা ৫ ফেব্ৰুৱাৰিত অধিবক্তা কেএইচ সমৰজিৎ আৰু ডি জুলিয়াছ ৰাইমেইক আদালতৰ প্ৰতিনিধি হিচাপে নিযুক্তি দিছিল। আনহাতে আদালতৰ প্ৰতিনিধি দুগৰাকীক হ্ৰদটোৰ সংৰক্ষণৰ অগ্ৰগতিৰ কামৰ খতিয়ান অহা ২৮ ফেব্ৰুৱাৰিৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছিল দুজনীয়া খণ্ড বিচাৰপীঠখনে।

উল্লেখ্য যে দেওবাৰে থৌবাল, পশ্চিম ইম্ফল আৰু বিষ্ণুপুৰ জিলাজুৰি বিস্তৃত হৈ থকা লোকটক হ্ৰদ পৰিদৰ্শনৰ পূৰ্বে আদালতৰ প্ৰতিনিধি দুগৰাকীয়ে হ্ৰদটোৰ মেৰামতিৰ বাবে উত্তৰদায়ী লোকটক উন্নয়ন কৰ্তৃপক্ষৰ সৈতে এক আলোচনাত মিলিত হয়।

উল্লেখ্য যে একেটা প্ৰসংগতে উচ্চ ন্যায়ালয়খনে ৰাজ্যৰ জলসম্পদ, বন আৰু পৰিৱেশ বিভাগক তিনি সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ দিছে। অনহাতে আদালতৰ প্ৰতিনিধি দুগৰাকীয়ে দেওবাৰে সদৌ লোকটক মাছমৰীয়া সন্থাৰ সৈতেও আলোচনাত মিলিত হৈ তেওঁলোকৰ সমস্যা তথা হ্ৰদটোৰ সুৰক্ষা সন্দৰ্ভত পৰামৰ্শ লিখিত ৰূপে দিয়াৰ আহ্বান জনায়।

তদুপৰি প্ৰদূষণ আৰু অন্যান্য সমস্যা পৰ্যবক্ষেণ কৰাৰ বাবে আদালতৰ প্ৰতিনিধি দুগৰাকীয়ে হ্ৰদটো পৰিদৰ্শন কৰে।
উল্লেখ্য যে হ্ৰদটোৰ সংৰক্ষণৰ বাবে সংশ্লিষ্ট সকলো পক্ষকে তেওঁলোকৰ যাৱতীয় পৰামৰ্শ দিবলৈ আহ্বান জনায় আদালতৰ প্ৰতিনিধি দুগৰাকীয়ে।

Recent News

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd