• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শনিবাৰে ব্যাপক উলহ-মালহৰে উদযাপন কৰা হ’ব ১৬ তম বড়োলেণ্ড দিৱস

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
February 9, 2018 10:35 am
16 th Bodoland Day main gate
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভিন্ন জনগোষ্ঠীৰ মিলন ভূমি , বিটিচিৰ প্ৰান কেন্দ্ৰ কোকৰাঝাৰত বিগত বছৰৰ দৰে এই বেলিও ব্যাপক উলহ মালহৰে উদযাপন কৰা হ’ব ১৬ তম বড়োলেণ্ড দিৱস । কোকৰাঝাৰ বডোফা নৌগৰ তথা বিটিচি সচিবালয় পথাৰত শনিবাৰে দিনযোৰা ব্যাপক কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই দিৱস।

বৰ্ণিল কাৰ্যসূচীৰে বড়োলেণ্ড দিৱস উদযাপন কৰিবলৈ দিনে নিশাই কাম কৰি সভাস্থলী নিৰ্মাণ প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। বিটিএডিৰ চাৰিখন জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুড়িৰ লগতে বিটিএডিৰ বাহিৰৰ পৰা প্ৰায়  ২৫ হেজাৰতকৈও অধিক বিভিন্ন জনগোষ্ঠীৰ লোক বড়োলেণ্ড দিৱসত উপস্থিত থাকিব বুলি আয়োজকে জানিবলৈ দিয়ে।

বড়োলেণ্ড দিৱসৰ প্ৰথম কাৰ্যসূচী পুৱা ৬ বজাৰ পৰাই আৰম্ভ হ’ব। কাৰ্যসূচী অনুসৰি পুৱা ৬ বজাত প্ৰভাত ফেৰী, ৮ বজাত বড়োলেণ্ড চহিদ সকললৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ, ৮.৪০ বজাত বিটিচি সচিবালয়ৰ প্ৰাংগণত থকা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পন, ৯ বজাত সভাস্থলীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, ৯.১৫ বজাত বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হ’ব।

এই অনুষ্ঠানসমূহৰ অন্ত পৰাৰ পিছত অনুষ্ঠিত হ’ব চহিদ দিৱসৰ মুকলি সভা। বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বড়োলেণ্ড দিৱসৰ বিষয়ে সদৰী কৰা মতে মুকলি সভাত মুখ্য অতিথি ৰূপে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সন্মানীয় অতিথিৰূপে কৃষি মন্ত্ৰী অতুল বৰা উপস্থিত থাকিব।

এই মুকলি সভাত বিটিচিৰ বিভিন্ন বিভাগৰ জনকল্যাণমূলক ন ন আঁচনি ঘোষণা কৰা হ’ব বুলিও বিটিচি প্ৰধানজনে জানিবলৈ দিয়ে।

আনহাতে বড়োলেণ্ড দিৱস উদযাপন সমিতিৰ সভাপতি তথা বিটিচিৰ খেল বিভাগৰ কাৰ্যবাহী সদস্য ধনেশ্বৰ গয়াৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে মুকলি সভাত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিভাৱান খেলুৱৈ ফৈলাও বসুমতাৰী, মীনু বসুমতাৰী জমুনা বড়োৰ লগতে বিভিন্ন ক্ষেত্ৰত বিটিচিৰ নাম উজলাই তুলিবলৈ সক্ষম হোৱা ব্যক্তি সকলক আৰ্থিক বঁটা তথা সম্বৰ্ধনা জনোৱা হ’ব।

শনিবাৰে হ’বলগীয়া উক্ত বড়োলেণ্ড দিৱসত সকলো ৰাইজক অংশগ্ৰহণ কৰিবলৈ আৰু উক্ত দিনা কোনো ধৰণৰ বন্ধ ঘোষণা নকৰিবলৈ সংগঠন সমূহক আহ্বান জনাইছে ধনেশ্বৰ গয়াৰীয়ে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

September 19, 2025 9:40 am
ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am
বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

September 19, 2025 9:40 am
ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd