আজি জালুকবাৰীত সদৌ অসম চৰকাৰী ইঞ্জিনায়াৰিং মহাবিদ্যালয়ৰ ছাত্ৰ গোটে শিক্ষা বিভাগৰ কেতবোৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে ইঞ্জিনায়াৰিং মহাবিদ্যালয়বোৰ পূৰ্বৰ দৰে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনলৈ আনি ছাত্ৰ-ছাত্ৰীসকলৰ পঞ্জীয়ন পূৰ্বৰ দৰে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত কৰিবলৈ দাবী জনোৱাৰ লগতে, তেওঁলোকৰ শৈক্ষিক বৰ্ষৰ যাতে কোনোপধ্য লোকচান নহয় তাৰো ব্যৱস্থা কৰিবলৈ দাবী জনায়। তেওঁলোকৰ জীৱনক লৈ ধেমালি নকৰিবলৈও চৰকাৰক সকীয়াই দিয়ে। ছাত্ৰ-ছাত্ৰীসকলে ‘শিক্ষা বিভাগ হায় হায়’, ‘শিক্ষা মন্ত্ৰী নিষ্কৰ্মা’ আদি শ্ল’গান দিয়ে।
শিক্ষাবিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে জালুকবাৰীত এ ই চিৰ ছাত্ৰ-ছাত্ৰীৰ ধৰ্ণা-পথ অৱৰোধ
-
By NE NOW NEWS
- Categories: অসম
Related Content
গাজাত ইজৰাইলৰ অভিযানত নিহত হামাছৰ মুৰব্বী ইয়াহিয়া ছিনৱাৰ
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
October 18, 2024 9:36 am
আই পি এল জুৱা কেলেংকাৰীত গুৱাহাটীত ই ডিৰ জেৰাৰ সন্মুখীন অভিনেত্ৰী তমন্না ভাটিয়া
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
October 18, 2024 8:46 am
পান্নুন হত্যাৰ ষড়যন্ত্ৰত ভাৰতৰ প্ৰাক্তন RAW ৰ বিষয়াৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ উত্থাপন কৰিলে আমেৰিকাই
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
October 18, 2024 8:11 am
শিক্ষক সমাজক বন্ধা শ্ৰমিকৰ দৰে ব্যৱহাৰ কৰিছে চৰকাৰেঃ ডি ৱাই এফ আই
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
October 17, 2024 9:16 pm
এইবাৰ অসমত ৰেল দুৰ্ঘটনা! লোকমান্য তিলক এক্সপ্ৰেছৰ ৮টা ডবা লাইনচ্যুত
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
October 17, 2024 8:27 pm
উচ্চতম ন্যায়ালয়ৰ ৰায়লৈ আপৰ ৰাজ্যিক সভাপতিৰ আদৰণি ; ঐতিহাসিক ৰায় আখ্যা দিলে মনোজ ধানোৱাৰে
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
October 17, 2024 6:33 pm