• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ষ্ট্ৰাণ্ডা স্মৃতি বক্সিং টুৰ্নামেণ্টৰ ফাইনেলত এম চি মেৰীকম

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2018 12:36 pm
File photo: Boxer MC Mary Kom

বক্সাৰ মেৰীকমৰ ফাইল ফটো

90
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় বক্সিং জগতৰ তাৰকা তথা পাঁচবাৰৰ বিশ্ব চেম্পিয়ন মণিপুৰৰ মহিলা বক্সাৰ এম চি মেৰীকমে বুলগেৰিয়াত চলি থকা ৬৯ সংখ্যক ষ্ট্ৰাণ্ডা স্মৃতি বক্সিং টুৰ্নামেণ্টৰ ফাইনেলত প্ৰৱেশ কৰিছে।

প্ৰতিযোগিতাখনত ৪৮ কিলোগ্ৰাম শাখাত প্ৰতিদ্বণ্ডিতা আগবঢ়োৱা অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী মেৰীকমে ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে ক্ৰমাগত তৃতীয়টো আন্তৰ্জাতিক সোণৰ পদকৰ আশা সজীৱ কৰি ৰাখিলে।

উল্লেখ্য যে এম চি মেৰীকমে বুলগেৰিয়াত অনুষ্ঠিত বক্সিং প্ৰতিযোগিতাখনৰ পূৰ্বে এছিয়ান চেম্পিয়নশ্বিপ আৰু ইণ্ডিয়া অ’পেনত একোটাকৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

প্ৰতিযোগিতাখনৰ চেমি ফাইনেলত মেৰীকমে চীনৰ য়ে জীয়ালীৰ লগত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও অৱশেষত শেষ হাঁহি মাৰিবলৈ সক্ষম হয় মেৰীকম। আৰু লগে লগে ক্ৰমাগত তৃতীয়টো আন্তৰ্জাতিক সোণৰ পদক লাভ কৰাৰো সম্ভাৱণা সজীৱ কৰি তোলে।

আনহাতে ইয়াৰ পূৰ্বে পাঁচবাৰৰ বিশ্ব চেম্পিয়ন মেৰীকমে প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত ৰোমানিয়াৰ ষ্টেলোটা ডুটাক পৰাজিত কৰি ছেমি ফাইনেললৈ অগ্ৰসৰ হৈছিল।

উল্লেখ্য যে ইউৰোপৰ আটাইতকৈ পুৰণি এই বক্সিং প্ৰতিযোগিতাখনত মণিপুৰৰ এইগৰাকী ৩৫ বৰ্ষীয় বক্সাৰৰ উজ্জীৱিত প্ৰদৰ্শনত স্বাভাৱিকতে ক্ৰীড়া প্ৰেমীৰ মাজত আনন্দৰ লহৰ উঠিছে।

Recent News

প্ৰস্তাৱিত সংহত ভূমি আইনৰ  বিৰোধীতা, অসমৰ সকলো ভূমিৰ জৰীপৰ দাবী অসম ৰাজ্যিক কৃষক সভাৰ

প্ৰস্তাৱিত সংহত ভূমি আইনৰ  বিৰোধীতা, অসমৰ সকলো ভূমিৰ জৰীপৰ দাবী অসম ৰাজ্যিক কৃষক সভাৰ

ইণ্টাৰনেট আৰু মদেই ধৰ্ষণৰ কাৰণ : দাবী মধ্যপ্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ

ইণ্টাৰনেট আৰু মদেই ধৰ্ষণৰ কাৰণ : দাবী মধ্যপ্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ

নিৰ্বাচিত হ’ল এছ এফ আইৰ নতুন সাধাৰণ সম্পাদক আৰু সভাপতি : কোনে কোনে পালে দায়িত্ব?

নিৰ্বাচিত হ’ল এছ এফ আইৰ নতুন সাধাৰণ সম্পাদক আৰু সভাপতি : কোনে কোনে পালে দায়িত্ব?

মেকুৰীক কেতিয়াও অৱহেলা নকৰিব : পৃথিৱীৰ পৰা মেকুৰী বিলুপ্ত হ’লে কি হ’ব জানিলে চকু কপালত উঠিব

মেকুৰীক কেতিয়াও অৱহেলা নকৰিব : পৃথিৱীৰ পৰা মেকুৰী বিলুপ্ত হ’লে কি হ’ব জানিলে চকু কপালত উঠিব

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd