যোৱা ২১ নৱেম্বৰত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা ত্ৰিপুৰাৰ সাংবাদিক সুদীপ দত্ত ভৌমিকক হত্যা কৰা সন্দৰ্ভত আৰু দুজনক গ্ৰেপ্তাৰ কৰে আজি ত্ৰিপুৰা আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা দুজনৰ নাম হ’ল ৰাইফলমেন ধৰ্মেন্দ্ৰ সিং আৰু অমিত দেৱবাৰ্মা। আৰক্ষীৰ সূত্ৰই জনোৱা মতে আজি দুয়োজনকে আদালতত হাজিৰ কৰোৱা হ’ব। উল্লেখযোগ্য যে হত্যাকাণ্ডটো সন্দৰ্ভত পূৰ্বতে টি এছ আৰৰ দ্বিতীয় বেটেলিয়নৰ কামাণ্ডেণ্ট তপন দেৱবৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছিল।
সাংবাদিক সুদীপ দত্ত ভৌমিকক হত্যা সন্দৰ্ভত আৰু দুজনক গ্ৰেপ্তাৰ
-
By NE NOW NEWS
- Categories: ত্ৰিপুৰা
Related Content
মৰ্মান্তিক! উচ্চতৰ মাধ্যমিৰ ফলাফলৰ পিছদিনাই সৰ্বনাশ কৰিলে ছাত্ৰই
By
এন ই নাও নিউজ ব্যুৰো, আগৰতলা :
May 16, 2024 6:23 pm
LOKSABHA ELECTION 2024: উত্তৰ-পূবৰ ১৫খন লোকসভাৰ আসনৰ বাবে আৰম্ভ ভোটগ্ৰহণ
By
এন ই নাও নিউজ ব্যুৰো, আগৰতলা :
April 19, 2024 8:35 am
উৎসৱৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে অধিক হোলী বিশেষ ৰে'ল; কেইখনমান ৰে'লৰ অতিৰিক্ত ষ্টপেজ প্ৰদান
By
এন ই নাও নিউজ ব্যুৰো, আগৰতলা :
March 24, 2024 8:48 am
লোকসভা নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি বিজেপিৰঃ এন ডি এত যোগদান টিপ্ৰা মথাৰ
By
এন ই নাও নিউজ ব্যুৰো, আগৰতলা :
March 6, 2024 5:37 pm
মৰ্মান্তিক! ৮ দিন পুত্ৰৰ মৃতদেহৰ সৈতে বাস কৰিলে ত্ৰিপুৰাৰ ৮২ বছৰীয়া বৃদ্ধাই
By
এন ই নাও নিউজ ব্যুৰো, আগৰতলা :
March 5, 2024 8:30 pm
কৰ্কট ৰোগত আক্ৰান্ত হৈ ২৯ বছৰ বয়সতে মৃত্যু মিছ ইণ্ডিয়া খিতাপ বিজয়ী জনপ্ৰিয় মডেলৰ
By
এন ই নাও নিউজ ব্যুৰো, আগৰতলা :
February 29, 2024 1:11 pm