• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাৱধান! ফে’ছবুক ব্যৱহাৰকাৰী পৰিব পাৰে ভয়ংকৰ বিপদত, সতৰ্কীকৰণ জাৰি অসম আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2018 5:03 pm
Facebook fraud in assam
89
VIEWS
Share on FacebookShare on Twitter

আপুনি ফে’ছবুক ব্যৱহাৰ কৰে নেকি? কৰে যদি আপোনাৰ বাবেই এই খবৰ। কোনো অজ্ঞাত ব্যক্তিয়ে ভয়াৱহ প্ৰবঞ্চনা ( Facebook fraud in Assam )ৰ জাল তৰিছে ফে’ছবুকত! এই সন্দৰ্ভত সতৰ্ক কৰি দি অসম আৰক্ষীয়ে আজি ১৬ মে’ত জাৰি কৰিছে এক সাৱধানবাণী।

অসম আৰক্ষীৰ সতৰ্কীকৰণত কোৱা হৈছে যে ‘আপুনি আপোনাৰ ফেচবুক একাউণ্টত মেচেজযোগে এটা লিংক পাব। এই লিংকত ক্লিক কৰিলেই আপোনাৰ একাউণ্ট লগ আউত হোৱা বুলি দেখুৱাব আৰু পুনৰ য়ুজাৰ আই ডি আৰু পাছৱৰ্ড দিবলৈ এক উইনড’ খোল খাব। আপুনি নিজৰ য়ুজাৰ আই ডি, পাছৱৰ্ড তাত দিয়াৰ লগে লগে আপোনাৰ এই তথ্য কোনো অজ্ঞাত ব্যক্তিয়ে পাব। এই তথ্য লৈ সেই অজ্ঞাত ব্যক্তিয়ে আপোনাৰ পাছৱৰ্ড সলনি কৰিব। ফলত আপুনি নিজৰ ফেচবুক একাউণ্ট ব্যৱহাৰ কৰিব নোৱৰা হব। আপোনাৰ একাউণ্টৰ দুৰ্ব্যৱহাৰ কৰি ফেচবুক ৱালত আৰু আপোনাৰ ফ্রেণ্ডলিষ্টত থকা লোকসকলক টকা বিচাৰি প’ষ্ট আৰু মেছেজ দিব। এনে লিংক থকা মেছেজবোৰৰ পৰা সাৱধান হওক। কোনো কাৰণত নিজৰ য়ুজাৰ আই ডি আৰু পাছৱৰ্ড এই লিংকৰ পৰা পোৱা কোনো উইনড’ত নিদিব।’

অসমৰ বাহিৰে আন ৰাজ্য বা দেশত এনে ঘটনা ঘটিছে নেকি এতিয়ালৈকে জানিব পৰা হোৱা নাই।

Recent News

কাশ্মীৰত নিষিদ্ধ অৰুন্ধতী ৰায়, এ জি নুৰাণী, ভিক্টোৰিয়া স্কোফিল্ডৰ দৰে লেখকৰ ২৫খন গ্ৰন্থ

কাশ্মীৰত নিষিদ্ধ অৰুন্ধতী ৰায়, এ জি নুৰাণী, ভিক্টোৰিয়া স্কোফিল্ডৰ দৰে লেখকৰ ২৫খন গ্ৰন্থ

অসমৰ উচ্ছেদ: ব্ৰহ্মপুত্ৰৰ খহনীয়া, ভূমি নীতি আৰু মিয়া মুছলমানৰ সংকট

অসমৰ উচ্ছেদ: ব্ৰহ্মপুত্ৰৰ খহনীয়া, ভূমি নীতি আৰু মিয়া মুছলমানৰ সংকট

জম্মু-কাশ্মীৰত দ’ খাৱৈত পৰিল ২৩ জন জোৱান থকা বাছঃ ৩ জন চিআৰপিএফ-ৰ জোৱান নিহত, বহু আহত

জম্মু-কাশ্মীৰত দ’ খাৱৈত পৰিল ২৩ জন জোৱান থকা বাছঃ ৩ জন চিআৰপিএফ-ৰ জোৱান নিহত, বহু আহত

অৰ্ধশতাধিক চিজাৰিয়ান অস্ত্ৰোপচাৰ কৰা অসমৰ ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

অৰ্ধশতাধিক চিজাৰিয়ান অস্ত্ৰোপচাৰ কৰা অসমৰ ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd