• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সোণাপুৰত গ্ৰাম স্বৰাজ অভিযানত অংশ ল’লে বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰক্ষ্মই

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2018 12:28 pm
gram
104
VIEWS
Share on FacebookShare on Twitter

পিছপৰা জনজাতি কল্যান সঞ্চালকালয়ৰ উদ্যোগত যোৱা শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত অনুষ্ঠিত ‘গ্ৰাম স্বৰাজ অভিযান’ত অংশগ্ৰহণ কৰে বন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰক্ষ্মই।

উল্লেখযোগ্য যে ভাৰতৰ সংবিধান প্ৰণেতা ড০ বি আৰ আম্বেদকাৰৰ ১২৭ সংখ্যক জন্ম জয়ন্তী উপলক্ষে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটোত অংশগ্ৰহণ কৰি বন মন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰ গঠনত বি আৰ আম্বেদকাৰৰ অৰিহণাৰ বিষয়ে উল্লেখ কৰি এই ক্ষেত্ৰত গ্ৰাম স্বৰাজৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে।

04আনহাতে মন্ত্ৰী গৰাকীয়ে একেটা অনুষ্ঠানতে এটা বৃক্ষৰোপণ কাৰ্যসূচীতো অংশ লয়।

অনুষ্ঠানটোত সোণাপুৰ ৰাজহ চক্ৰ বিষয়া জেনিফাৰ ইয়াচমিন, পিছপৰা জনজাতি কল্যান সঞ্চালকালয়ৰ লীনা দাসে উপস্থিত ৰাইজক জনজাতি কল্যানৰ অৰ্থে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়ে অৱগত কৰে।

অনুষ্ঠানটোত বিদ্যালয় পৰিদৰ্শক বুলি গগৈ ভূঞা, পিছপৰা জনজাতি কল্যান সঞ্চালকালয়ৰ গৱেষণা সহযোগী জগদীশ দাসৰ লগতে বীৰেন চন্দ্ৰ দাসে উপস্থিত ৰাইজক সম্বোধন কৰে।

জানিব পৰা মতে সোণাপুৰ ৰাজহ চক্ৰৰ মৈৰাবাৰী গাঁওখনক পিছপৰা জনজাতিৰ মডেল গাঁও হিচাপে গঢ়ি তোলা হ’ব।

 

Recent News

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

মহাকাশত ভাৰতৰ সুৰক্ষাৰ বাবে ১০টা কৃত্ৰিম উপগ্ৰহ সক্ৰিয়! দেশৰ নিৰাপত্তাত কি ভূমিকা ইছৰোৰ?

মহাকাশত ভাৰতৰ সুৰক্ষাৰ বাবে ১০টা কৃত্ৰিম উপগ্ৰহ সক্ৰিয়! দেশৰ নিৰাপত্তাত কি ভূমিকা ইছৰোৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd