• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১২৯ কোটি টকা ব্যয়েৰে গুৱাহাটীত হ’ব প্ৰযুক্তি নগৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 26, 2018 5:47 pm
tech-city
147
VIEWS
Share on FacebookShare on Twitter

প্ৰযুক্তি নগৰী স্থাপনেৰে ৰাজ্যখনৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনক নতুন মাত্ৰা দিবলৈ ওলাইছে ৰাজ্য চৰকাৰ। গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী এলেকা বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ কাষত এই প্ৰযুক্তি নগৰী স্থাপন হ’ব বুলি জানিবলৈ দিছে প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই। মন্ত্ৰীজনে জনোৱা মতে এই প্ৰযুক্তি নগৰীৰ বাবে চৰকাৰে ৩০০ বিঘা মাটি ঠিক কৰিছে। প্ৰায় ১২৯ কোটিৰ খৰচেৰে এই নগৰী স্থাপন কৰিবলৈ লোৱা হৈছে বুলি মন্ত্ৰীজনে জানিবলৈ দি কয় যে ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৫০ কোটি টকা অনুমোদন দিছে। বাকীখিনি খৰচ ৰাজ্য চৰকাৰে বহন কৰাৰ কথা।

আনহাতে তেওঁ জনাইছে যে ইয়াত এটা তিনি মহলীয়া বিল্ডিং হ’ব, য’ত থাকিব তথ্য-প্ৰযুক্তি সঞ্চালকালয়ৰ কাৰ্য্যালয়।

‘প্ৰযুক্তি নগৰীখন হ’ব বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰতি থকা আমাৰ দায়বদ্ধতাৰ এটা নমুনা। ই ৰাজ্যখনৰ ব্যাৱসায়িক সম্ভাৱনাবোৰৰ বাট মুকলি কৰিব। বিশ্ব বিনিয়োগ মেলাৰ ঠিক দুদিন পূৰ্বে এই প্ৰযুক্তি নগৰীখনৰ আধাৰশিলা স্থাপনক এক গুৰুত্বপূৰ্ণ অগ্ৰগতি বুলি ধৰিব পাৰি।’ মন্ত্ৰী কেশৱ মহন্তই কয়।

উল্লেখযোগ্য যে এই প্ৰযুক্তি নগৰীৰ আধাৰশিলা অহা ১ ফেব্ৰুৱাৰিত স্থাপন কৰিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্য মন্ত্ৰীজনে এই সন্দৰ্ভত কয় যে তথ্য-প্ৰযুক্তি সঞ্চালকালয় মুকলি কৰাটোৱে চৰকাৰক তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰ কৰি নিকা প্ৰশাসন তথা সুপ্ৰশাসন দিব পৰা যাব।

Recent News

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd