• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১২ ঘণ্টালৈ হ্ৰাস আটাছুৰ অসম বন্ধ : শিৱসাগৰত ব্যাপক প্ৰভাৱ, ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত প্ৰতিবাদ

পাৰ্শ্বজ্যোতি গগৈ/ হিতোজ্বল চেতিয়া by পাৰ্শ্বজ্যোতি গগৈ/ হিতোজ্বল চেতিয়া
July 23, 2018 10:09 am
IMG-20180723-WA0017

শিৱসাগৰত বন্ধ সমৰ্থকৰ প্ৰতিবাদ

109
VIEWS
Share on FacebookShare on Twitter

তাই আহোম ছাত্ৰ সন্থা আৰু ছয় জনগোষ্ঠী সমন্বয়ৰক্ষী সমিতিয়ে আজিৰ পৰা আহ্বন জনোৱা ৪৮ ঘন্টীয়া অসম বন্ধৰ পূৰ্ণ প্ৰভাৱ পৰে শিৱসাগৰত। বন্ধৰ ফলত জিলাখনত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হোৱা পৰিলক্ষিত  হয় । প্ৰতিকূল বতৰকো নেওচি পুৱাই  বন্ধৰ সমৰ্থকসকল ওলাই আহি জিলাখনৰ বিভিন্ন স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাতিপুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা বন্ধৰ সময়চোৱাত পুৱাৰে পৰা দোকান পোহাৰ, অনুষ্ঠান-প্রতিষ্ঠান, বিদ্যালয় আদিৰ লগতে চৰকাৰী-বেচৰকাৰী সকলো ধৰণৰ  যান-বাহনৰ  চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হোৱা দেখা যায়।

উল্লেখ্য যে , যোৱা ২০ জুলাইত দিল্লীত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ৬ জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিৰ মাজত  অনুষ্ঠিত হোৱা বৈঠক সম্পূৰ্ণ ৰূপে বিফল হোৱা আৰু বাৰে বাৰে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ নামত কৰি অহা প্ৰতাৰণাৰ  প্ৰতিবাদত আটাছু আৰু ৬ জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিয়ে ২৩ আৰ ২৪ জুলাইত ৪৮ ঘন্টীয়া বন্ধৰ আহ্বান জনাইছিল ।

কিন্তু লক্ষ্যণীয়ভাৱে আজি আটাছুৰ মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াই জনায় যে  অসমৰ ৰাইজৰ অনুৰোধ আৰু পূৰ্বতে নিৰ্ধাৰিত হৈ থকা বিভিন্ন পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ যাতে কোনো অসুবিধা নহয় সেয়ে আমি এই বন্ধ ৪৮ ঘণ্টাৰ পৰা ১২ ঘন্টালৈ হ্ৰাস কৰিছো। আজি বিয়লি ৫ বজাত এই বন্ধৰ কাৰ্য্যসূচী অন্ত পৰিব।

PicsArt_07-23-09.05.25
ডিমৌৰ ৰাজপথত বন্ধ সমৰ্থকৰ প্ৰতিবাদ

আনহাতে তাই আহোম ছাত্ৰ সন্থাই আহ্বান জনোৱা ৪৮ ঘন্টীয়া অসম বন্ধৰ কাৰ্যসূচী সফল কৰিবলৈ আজি ডিমৌ আঞ্চলিকৰ সদস্য সকলে পুৱাই ডিমৌৰ  ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হৈ টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে মৰাণত প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলাই বন্ধৰ সমৰ্থন কৰে যদিও প্ৰতিবাদকাৰীসকলে কেইবাখনো গাড়ীৰ ক্ষতি সাধন কৰে বুলি জানিব পৰা গৈছে।

ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল জাতিৰ স্বাৰ্থত সকলো অসমবাসীকে অসম বন্ধটো সফল কৰিবলৈ আহ্বান জনায়।

Recent News

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd