• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰঙিয়াত বৃদ্ধি পোৱা ডকাইতি কাণ্ডৰ প্ৰতিবাদত ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2018 7:17 pm
123
VIEWS
Share on FacebookShare on Twitter

কামৰূপৰ ৰঙিয়াত শনিবাৰে স্থানীয় ব্যৱসায়ীসকলে ৰঙিয়াত দৈনন্দিন ঘটি থকা ডকাইতি কাণ্ড ৰোধ কৰা আৰু সাধাৰণ ৰাইজৰ জীৱন সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰাৰ দাবীত ৰঙিয়া চেম্বাৰ্ছ অব কমাৰ্চৰ নেতৃত্বত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

স্থানীয় ৰাইজ তথা স্থানীয় ব্যৱসায়ী সকলে তেওঁলোকৰ নিৰাপত্তা নোহোৱা তথা তেওঁলোকৰ সম্পত্তিৰ নিৰাপত্তা নোহোৱা বুলি অভিযোগ উত্থাপন কৰি প্ৰশাসনে তেওঁলোকক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হোৱা বুলি দাবী উত্থাপন কৰে।

উল্লেখযোগ্য যে কামৰূপ জিলা আছুৰ অধীনৰ পুঠিমাৰি আঞ্চলিক সমিতিৰ সভাপতি মজিবুৰ ৰহমানক বৃহস্পতিবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই তেওঁৰ হাতৰ পৰা ধন আৰু তেওঁৰ হাতত থকা এটা বেগ লুটি নিয়াৰ পিছতে আজি স্থানীয় ব্যৱসায়ী সকলে এই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয়।

প্ৰাপ্ত তথ্য মতে ৰঙিয়া ব্যৱসায়ী সন্থাৰ সম্পাদক তথা প্ৰাক্তন আছু নেতা মজিবুৰ ৰহমানে বৃহস্পতিবাৰে নিশা প্ৰায় ৯ মান বজাত ৰঙিয়া চহৰৰ দোকান বন্ধ কৰি নিজৰ ঘৰলৈ আহি থকা অৱস্থাত চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে তেওঁক আগভেটি ধৰে। ইয়াৰ পিছতে দুৰ্বৃত্তৰ দলটোৱে তেওঁৰ হাতত থকা বেগটো কাঢ়ি নিয়াৰ চেষ্টা কৰাত ৰহমানে দুৰ্বৃত্ত কেইটাৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হয়।

অৱশ্যে ৰহমানে দুৰ্বৃত্তকেইটাক বাধা প্ৰদান কৰাত ব্যৰ্থ হয়, কিয়নো দুৰ্বৃত্তকেইটাৰ মাজৰে এজনে তেওঁক পিষ্টল দেখুৱাই ভাবুকি প্ৰদান কৰি তেওঁৰ হাতৰ বেগ লৈ উধাও হয়।

তাৰোপৰি আজি কেইবাদিনো ধৰি অঞ্চলটোত কেইবাটাও ডকাইতিৰ ঘটনা ঘটি আহিছে যদিও আৰক্ষীয়ে বৰ্তমানলৈকে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd