• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যপাল জগদীশ মুখীৰ বশিষ্ঠাশ্ৰমলৈ ১০ লাখ টকাৰ অনুদান

এন ই নাও নিউজ by এন ই নাও নিউজ
May 27, 2018 10:08 am
90
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে ৰাজ্যপাল জগদীশ মুখীয়ে গুৱাহাটী ঐতিহ্যমণ্ডিত বশিষ্ঠাশ্ৰম দৰ্শন কৰে।

বশিষ্ঠাশ্ৰম দৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে বশিষ্ঠাশ্ৰমৰ ভক্ত আৰু আশ্ৰম পৰিচালনা সমিতিৰ সৈতে এক মতবিনিময়ত অংশ গ্ৰহণ কৰে।

আনহাতে মতবিনিময় অনুষ্ঠানতে ৰাজ্যপাল গৰাকীয়ে আশ্ৰমখনৰ আন্তগাঁথনি উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে ১০ লাখ টকাৰ অনুদান আগবঢ়ায়।

লগতে ৰাজ্যপাল জগদীশ মুখীয়ে বশিষ্ঠাশ্ৰম পৰিচালনা সমিতি আৰু জিলা উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালক আশ্ৰমখনৰ সৰ্বাংগীন উন্নয়ন আৰু দৰ্শনাথীৰ বাবে প্ৰয়োজনীয় সা-সুবিধা প্ৰদানৰ বাবে আঁচনি প্ৰস্তুত কৰিবলৈও নিৰ্দেশ দিয়ে।

Recent News

১৫ বছৰত ৮ জন পুৰুষক প্ৰথমে বিয়া, তাৰ পিছত শকত অংকৰ ধন দাবী; গ্ৰেপ্তাৰ অভিযুক্ত মহিলা

১৫ বছৰত ৮ জন পুৰুষক প্ৰথমে বিয়া, তাৰ পিছত শকত অংকৰ ধন দাবী; গ্ৰেপ্তাৰ অভিযুক্ত মহিলা

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

আয়াৰলেণ্ডত বৃদ্ধি পাইছে ভাৰতীয় বিদ্বেষ; সতৰ্কতা জাৰি দূতাবাসৰ, কি ঘটিছে তাত?

আয়াৰলেণ্ডত বৃদ্ধি পাইছে ভাৰতীয় বিদ্বেষ; সতৰ্কতা জাৰি দূতাবাসৰ, কি ঘটিছে তাত?

অৱশেষত আৰক্ষীৰ জালত বৰপথাৰ নিগ্ৰহ ঘটনাৰ মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠ

অৱশেষত আৰক্ষীৰ জালত বৰপথাৰ নিগ্ৰহ ঘটনাৰ মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd