নিশা খাদ্যৰ সন্ধানত আমচং বনাঞ্চলৰ পৰা ওলাই অহা দুটাকৈ বনৰীয়া হাতীক মহটিয়াই নিয়ে দ্ৰুতবেগী ৰে’লে। ফলত থিতাতে মৃত্যু হয় হাতী দুটাৰ । এই শোকাৱহ ঘটনাটো চন্দ্ৰপুৰত সংঘটিত হয় । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাক এটাই ৰে’ল লাইন পাৰ হওঁতেই এই দুৰ্ঘটনাটো ঘটে।
ৰে’লৰ খুন্দাত হাতীৰ মৃত্যু
-
By NE NOW NEWS
- Categories: অসম
Related Content
ফাঁচী বজাৰত চিলিণ্ডাৰ বিস্ফোৰণ : ১ নিহত আৰু ৮ জন আহত
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
June 26, 2024 7:53 pm
ৰাজ্যৰ চাহ খেতিয়ক সকলৰ বাবে এটা ভাল খবৰ : আহি গ’ল অত্যাধুনিক AI প্ৰযুক্তি
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
June 26, 2024 6:29 pm
ডিছপেনিয়া: অলপতে হেপাই-ফেপাই গৈছে! এই ৰোগৰ কাৰণ জানিলে শিঁয়ৰি উঠিব...
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
June 26, 2024 3:02 pm
পুনৰ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত ওম বিৰলা; স্পৰ্শ কৰিলে বলৰাম জাখাৰৰ অভিলেখ
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
June 26, 2024 1:00 pm
গুৱাহাটীৰ সন্ধানহীন ৩ স্কুলীয়া ছাত্ৰীক এনজেপি ষ্টেচনৰ পৰা উদ্ধাৰ কৰিলে অসম আৰক্ষীয়ে
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
June 26, 2024 12:22 pm
অতিৰিক্ত কৰৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল কেনিয়া; সংঘৰ্ষত ৫জনৰ মৃত্যু, সংসদতো অগ্নিসংযোগ!
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
June 26, 2024 11:36 am