• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ সকলো মথাউৰিৰ মেৰামতিৰ কাম ৩০ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব : জিলা উপায়ুক্তক নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2018 10:47 pm
135
VIEWS
Share on FacebookShare on Twitter

চলিত এপ্ৰিল মাহৰ ৩০ তাৰিখৰ ভিতৰত অসমৰ সকলো মথাউৰিৰ মেৰামতি সম্পূৰ্ণ কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ জিলা উপায়ুক্তসকলক নিৰ্দেশ দিছে। আনহাতে লখিমপুৰ জিলা প্ৰশাসনক নজনোৱাকৈ যাতে নীপক’ৱে ৰঙানদী প্ৰকল্পৰ পানী এৰিব নোৱাৰে তাক নিশ্চিত কৰাৰ বাবে তৎকালীনভাৱে নীপক’ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ লখিমপুৰৰ উপায়ুক্তক নিৰ্দেশ দিছে মুখ্য মন্ত্ৰীয়ে।

মথাউৰি মেৰামতি কামৰ গুণগত মান অক্ষুন্ন থকাটো নিশ্চিত কৰিবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়াৰ লগতে কোৱা হৈছে ‘প্ৰতিগৰাকী উপায়ুক্তই বানপানী আৰু গৰাখহনীয়াৰ সম্ভাৱনা থকা বিপদ সংকুল ঠাইসমূহ চিনাক্ত কৰিব লাগিব আৰু স্থানীয় জনসাধাৰণ, বিভিন্ন সংগঠনক লৈ সমিতি গঠন কৰিব লাগিব।’

ভিডিঅ’ কনফাৰেন্সিং যোগে ৩ এপ্ৰিলত দিচপুৰৰ পৰা জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতে হোৱা মুখ্য মন্ত্ৰীৰ বৈঠকত উপায়ুক্তসকলক মুখ্য মন্ত্ৰীয়ে বিভিন্ন নিৰ্দেশ দিয়া বুলি মুখ্য মন্ত্ৰী কাৰ্য্যালয়ৰ পৰা এন ই নাওলৈ অহা এক বিবৃতিত কোৱা হৈছে।

বানপানীৰ সময়ত উদ্ধাৰ আৰু সাহায্য অভিযান তৎকালে কৰিব পৰাকৈ প্ৰস্তুত হ’বলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে।

আনহাতে শেহতীয়া ধুমুহা-বৰষুণত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ জৰীপ শীঘ্ৰে সম্পূৰ্ণ কৰি ক্ষতিগ্ৰস্ত লোকসকৰ তালিকা স্থানীয় বিধায়ক-সাংসদে পোৱাতো নিশ্চিত কৰিবৰ বাবে উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে।

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৈতে সংলগ্ন জিলাসমূহৰ উপায়ুক্তসকলক সীমাৰ বেৰা নিৰ্মাণৰ কাম খৰতকীয়া কৰা বাবে বৈঠকত নিৰ্দেশ দিয়া হৈছে।

জিলা পৰ্য্যায়ৰ নিয়োগ প্ৰক্ৰিয়া নিকা কৰিবৰ বাবে সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াৰ পৰা অনুমতি ল’ব লাগিব বুলি মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিছে। জিলাসমূহত থকা চৰকাৰী খালী ভূমিসমূহ জৰীপ কৰা আৰু মাটি কিনা-বেচাৰ ক্ষেত্ৰত আপত্তিহীনতাৰ প্ৰমাণ পত্ৰ দি্য়াত গাফিলতি নকৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

Recent News

ফেডাৰেচনৰ কৰ্মকৰ্তাৰ বিৰুদ্ধে লিংগ বৈষম্যমূলক আচৰণৰ অভিযোগ অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলিনাৰ

ফেডাৰেচনৰ কৰ্মকৰ্তাৰ বিৰুদ্ধে লিংগ বৈষম্যমূলক আচৰণৰ অভিযোগ অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলিনাৰ

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ মাজতে ভাৰতলৈ আহি আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন; জনালে অজিত ডোভালে

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ মাজতে ভাৰতলৈ আহি আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন; জনালে অজিত ডোভালে

কোনো ৰাজ্যই আদৰ্শ কাৰাগাৰ আৰু সংশোধনী সেৱা আইন, ২০২৩ কাৰ্যকৰী কৰা নাইঃ কেন্দ্ৰীয় চৰকাৰ

কোনো ৰাজ্যই আদৰ্শ কাৰাগাৰ আৰু সংশোধনী সেৱা আইন, ২০২৩ কাৰ্যকৰী কৰা নাইঃ কেন্দ্ৰীয় চৰকাৰ

বজাৰলৈ আহিছে 2026 Honda X-ADV; এইবাৰ অধিক আকৰ্ষণীয় ৰং আৰু উন্নত প্ৰযুক্তিৰ সৈতে

বজাৰলৈ আহিছে 2026 Honda X-ADV; এইবাৰ অধিক আকৰ্ষণীয় ৰং আৰু উন্নত প্ৰযুক্তিৰ সৈতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd