• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ সকলো মথাউৰিৰ মেৰামতিৰ কাম ৩০ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব : জিলা উপায়ুক্তক নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2018 10:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত এপ্ৰিল মাহৰ ৩০ তাৰিখৰ ভিতৰত অসমৰ সকলো মথাউৰিৰ মেৰামতি সম্পূৰ্ণ কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ জিলা উপায়ুক্তসকলক নিৰ্দেশ দিছে। আনহাতে লখিমপুৰ জিলা প্ৰশাসনক নজনোৱাকৈ যাতে নীপক’ৱে ৰঙানদী প্ৰকল্পৰ পানী এৰিব নোৱাৰে তাক নিশ্চিত কৰাৰ বাবে তৎকালীনভাৱে নীপক’ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ লখিমপুৰৰ উপায়ুক্তক নিৰ্দেশ দিছে মুখ্য মন্ত্ৰীয়ে।

মথাউৰি মেৰামতি কামৰ গুণগত মান অক্ষুন্ন থকাটো নিশ্চিত কৰিবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়াৰ লগতে কোৱা হৈছে ‘প্ৰতিগৰাকী উপায়ুক্তই বানপানী আৰু গৰাখহনীয়াৰ সম্ভাৱনা থকা বিপদ সংকুল ঠাইসমূহ চিনাক্ত কৰিব লাগিব আৰু স্থানীয় জনসাধাৰণ, বিভিন্ন সংগঠনক লৈ সমিতি গঠন কৰিব লাগিব।’

Apply Now

ভিডিঅ’ কনফাৰেন্সিং যোগে ৩ এপ্ৰিলত দিচপুৰৰ পৰা জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতে হোৱা মুখ্য মন্ত্ৰীৰ বৈঠকত উপায়ুক্তসকলক মুখ্য মন্ত্ৰীয়ে বিভিন্ন নিৰ্দেশ দিয়া বুলি মুখ্য মন্ত্ৰী কাৰ্য্যালয়ৰ পৰা এন ই নাওলৈ অহা এক বিবৃতিত কোৱা হৈছে।

বানপানীৰ সময়ত উদ্ধাৰ আৰু সাহায্য অভিযান তৎকালে কৰিব পৰাকৈ প্ৰস্তুত হ’বলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে।

আনহাতে শেহতীয়া ধুমুহা-বৰষুণত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ জৰীপ শীঘ্ৰে সম্পূৰ্ণ কৰি ক্ষতিগ্ৰস্ত লোকসকৰ তালিকা স্থানীয় বিধায়ক-সাংসদে পোৱাতো নিশ্চিত কৰিবৰ বাবে উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে।

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৈতে সংলগ্ন জিলাসমূহৰ উপায়ুক্তসকলক সীমাৰ বেৰা নিৰ্মাণৰ কাম খৰতকীয়া কৰা বাবে বৈঠকত নিৰ্দেশ দিয়া হৈছে।

জিলা পৰ্য্যায়ৰ নিয়োগ প্ৰক্ৰিয়া নিকা কৰিবৰ বাবে সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াৰ পৰা অনুমতি ল’ব লাগিব বুলি মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিছে। জিলাসমূহত থকা চৰকাৰী খালী ভূমিসমূহ জৰীপ কৰা আৰু মাটি কিনা-বেচাৰ ক্ষেত্ৰত আপত্তিহীনতাৰ প্ৰমাণ পত্ৰ দি্য়াত গাফিলতি নকৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd