• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম-মিজোৰামৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আজি নতুন দিল্লীত বৈঠক : উপস্থিত থাকিব দুয়োখন ৰাজ্যৰে মুখ্য সচিবদ্বয়

এন ই নাও নিউজ by এন ই নাও নিউজ
March 20, 2018 7:33 am
WhatsApp-Image-2018-03-08-at-8.19.01-PM-570x320-1-266x200
107
VIEWS
Share on FacebookShare on Twitter

অসম-মিজোৰাম সীমান্তত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিক লৈ আজি এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব অসম আৰু মিজোৰামৰ মুখ্য সচিবদ্বয়। নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকখনৰ অধ্যক্ষতা কৰিব ৰাজীৱ গৌবাৰে।

জানিব পৰা মতে দুয়োখন ৰাজ্যৰে মুখ্য সচিবদ্বয় ইতিমধ্যে দিল্লীত উপস্থিত হৈছে।

প্ৰণিধানযোগ্য যে চলিত মাহৰ প্ৰথম সপ্তাহত অসম-মিজোৰাম সীমান্তত সৃষ্টি হোৱা পৰিস্থিতিক লৈ কেন্দ্ৰীয় চৰকাৰ উদ্বিগ্ন হোৱা পৰিলক্ষিত হৈছিল।

এই সমগ্ৰ বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে টেলিফ’নযোগে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মিজোৰামৰ মুখ্য মন্ত্ৰী লাল থানহাওলাৰ সৈতেও কথা পাতিছিল।

টেলিফ’নিক বাৰ্তালাপতে মিজোৰামৰ মুখ্য মন্ত্ৰী থানহাওলাই এই সমগ্ৰ বিষয়টোত গৃহ মন্ত্ৰ্যালয়ৰ হস্তক্ষেপ বিচাৰিছিল।

মুখ্য মন্ত্ৰীজনৰ এই অনুৰোধৰ পাছতেই গৃহ মন্ত্ৰ্যালয়ে আজি নতুন দিল্লীত দুয়ো ৰাজ্যৰ মুখ্য সচিবদ্বয়ৰ উপস্থিতত এই বিশেষ বৈঠকখন আয়োজন কৰা হৈছে।

উল্লেখ্য যে এই বৈঠকখনক লৈ আশা কৰা হৈছে, কেন্দ্ৰীয় গৃহ সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকখনৰ জৰিয়তে দুয়োখন ৰাজ্যৰ মাজত সময়ে সময়ে সৃষ্টি হোৱা সীমা বিবাদৰ এক সমাধান সূত্ৰ ওলাব।

Recent News

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

ৰাজপথত কুকুৰৰ আক্ৰমণৰ ভয়ত আত্মৰক্ষাৰ বাবে অভিনৱ পন্থা এইগৰাকী ছোৱালীৰ! পিছে কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd