অসম ৰাইফলছে ইয়াৰ ৱেবছাইটত ঘোষণা কৰা মতে বাহিনীটোত অলপতে চি আৰু ডি গ্ৰুপৰ ৭৫৪ টা পদ পূৰণৰ বাবে মকৰল প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। ইয়াত জনোৱা খবৰ মতে অহা ২০ ডিচেম্বৰৰ ভিতৰত এই খালী পদসমূহত নিযুক্তিৰ সুবিধা ল’ব খোজা অৰ্হতাসম্পন্ন পুৰুষ আৰু মহিলাই আবেদন কৰিব পাৰিব। তেওঁলোকৰ ৱেবছাইট http://www.assamrifles.gov.in/ এই বিষয়ে বিতং তথ্যৰ লগতে আৱেদন পত্ৰও পাব বুলি বিশেষ এটা সূত্ৰই জনাইছে। অৱশ্যে এই সূত্ৰটোৱে কোৱা এই ৱেবছাইটোত খুঁচৰি চাই ইয়াক unavailable বুলিহে পোৱা গৈছে।
অসম ৰাইফলছত গ্ৰুপ চি আৰু ডিৰ চাকৰি
-
By NE NOW NEWS
- Categories: অসম
Related Content
নিৰ্বাচনৰ আগত ধন বিলাই হাতে-লোটে ধৰা পৰিল ইউ পি পি এলৰ নেত্ৰী, আৰক্ষীয়ে জব্দ কৰিলে টকাৰ বাণ্ডিল
By
এন ই নাও নিউজ ব্যুৰো
May 7, 2024 5:52 pm
অনবদ্য মেডোনা, ব্ৰাজিলৰ কোপাকাবানাত অনুষ্ঠিত হোৱা কনচাৰ্ট উপভোগ কৰিলে ১৬ লাখ দৰ্শকে!
By
এন ই নাও নিউজ ব্যুৰো
May 7, 2024 2:18 pm
আজিৰ নিৰ্বাচনত অৱতীৰ্ণ আটাইতকৈ ধনী প্ৰাৰ্থী ১৩৬১কোটিৰ গৰাকী! তৃতীয় স্থানত শিৱাজীৰ বংশধৰ
By
এন ই নাও নিউজ ব্যুৰো
May 7, 2024 12:08 pm
দিনৰ ১১ বজালৈ অসমৰ চাৰিটা লোকসভা সমষ্টিত ২৭.৩৪% ভোটগ্ৰহণ,বৰ্তমানলৈ সৰ্বোচ্চ কোকৰাঝাৰত,সৰ্বনিম্ন গুৱাহাটীত
By
এন ই নাও নিউজ ব্যুৰো
May 7, 2024 12:05 pm
বিবাহ উপলক্ষে গৈছিল কন্যাকুমাৰীলৈ; সাগৰত উটি গ’ল ৫ গৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ
By
এন ই নাও নিউজ ব্যুৰো
May 7, 2024 10:40 am
গান্ধী-নেহৰুৱে ভবা নাছিল যে তেওঁলোককো দেশদ্ৰোহী বুলি কোৱা হ’ব: ৰায়েবেৰেলীত সৰৱ প্ৰিয়ংকা গান্ধী
By
এন ই নাও নিউজ ব্যুৰো
May 7, 2024 9:48 am