• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আইন উলংঘকাৰী চালকৰ বিৰুদ্ধে যোৰাবাট থানাৰ যান-বাহন আৰক্ষীৰ অভিযান; তিনিমাহত সংগ্ৰহ চাৰি লাখ টকাৰ জৰিমনা  

এন ই নাও নিউজ by এন ই নাও নিউজ
April 20, 2018 3:00 pm
l_Capture-1504340770

প্ৰতিনিধিত্বমূলক চিত্ৰ

141
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীৰ অন্যতম থানা হিচাপে পৰিচিত যোৰাবাট আৰক্ষী থানাৰ লগতে থানাৰ যান-বাহন শাখাই গুৱাহাটী মহানগৰীৰ যান-জঁটৰ সমস্যাটো নিয়ন্ত্ৰণ কৰি অহাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বিশেষকৈ চুবুৰীয়া মেঘালয়কে ধৰি উত্তৰ-পূবৰ সাতোখন ৰাজ্যৰ এক বৃহ সংখ্যক যান-বাহন যোৰাবাট অঞ্চলৰ মাজেৰে চলাচল কৰে।

স্বাভাৱিকতে যোৰাবাট থানাৰ যান-বাহন শাখাৰ গুৰুত্ব গুৱাহাটীৰ আন থানা সমূহতকৈ অধিক। যোৰাবাট থানাৰ যান-বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চৈয়দ মুকুট ৰহমানে জানিবলৈ দিয়া মতে শাখাৰ মাত্ৰ ১০ জন আৰক্ষীৰ লোকে আঠমাইলৰ সমীপৰ শ্ৰী শ্ৰী গণেশ মন্দিৰৰ পৰা যোৰাবাট দলঙৰ শ্বিলং সংযোগী পথলৈকে যান-বাহন নিয়ন্ত্ৰণ কৰি আহিছে।

আনহাতে উত্তৰ-পূবৰ ভিতৰতে আটাইতকৈ ব্যস্ততম পথ বুলি পৰিচিত যোৰাবাটৰ মাজেৰে যোৱা জি এচ ৰোড আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যাতে কোনো চালকে আইন উলংঘা কৰিব নোৱাৰে বা সুৰাপাণ কৰি বাহন চলাব নোৱাৰে তাৰ বাবেও দৈনিক অভিযান চলাই আহিছে।

চলিত বৰ্ষত এতিয়ালৈ মুঠ ২২ জন লোকক সুৰামত্ত অৱস্থাত ধৰা পেলাই তেওঁলোকৰ গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া কাৰ্যালয়লৈ প্ৰেৰণ কৰা হয়।

ইয়াৰ উপৰি এই বছৰৰে জানুৱাৰি মাহৰ পৰা মাৰ্চ মাহলৈ যোৰাবাট থানাই ৩ লাখতকৈও অধিক জৰিমনা সংগ্ৰহ কৰা বুলি জানিবলৈ দিয়ে।

ইফালে চলিত বছৰত মবাইল ফোনত কথা পাতি বাহন চলোৱা১১ জন চালক, অতি দ্ৰুত গতিত বাহন চলোৱা ৫ জন চালকক ধৰা পেলায় তেওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে। তাৰোপৰি চলিত বছৰত এই পৰ্যন্ত চাৰিটা দুৰ্ঘটনা সংঘটিত হৈছে আৰু দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু হৈছে।

আনহাতে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জানিবলৈ দি কয় যে বাৰিষাৰ দিনত ভূমিস্খলন আৰু পথ ডিভাইডাৰৰ বাবে দৈনিক উক্ত অঞ্চলত ভয়াবহ যান-জঁটৰ সৃষ্টি হয়।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd