• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আইন উলংঘকাৰী চালকৰ বিৰুদ্ধে যোৰাবাট থানাৰ যান-বাহন আৰক্ষীৰ অভিযান; তিনিমাহত সংগ্ৰহ চাৰি লাখ টকাৰ জৰিমনা  

এন ই নাও নিউজ by এন ই নাও নিউজ
April 20, 2018 3:00 pm
l_Capture-1504340770

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী মহানগৰীৰ অন্যতম থানা হিচাপে পৰিচিত যোৰাবাট আৰক্ষী থানাৰ লগতে থানাৰ যান-বাহন শাখাই গুৱাহাটী মহানগৰীৰ যান-জঁটৰ সমস্যাটো নিয়ন্ত্ৰণ কৰি অহাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বিশেষকৈ চুবুৰীয়া মেঘালয়কে ধৰি উত্তৰ-পূবৰ সাতোখন ৰাজ্যৰ এক বৃহ সংখ্যক যান-বাহন যোৰাবাট অঞ্চলৰ মাজেৰে চলাচল কৰে।

স্বাভাৱিকতে যোৰাবাট থানাৰ যান-বাহন শাখাৰ গুৰুত্ব গুৱাহাটীৰ আন থানা সমূহতকৈ অধিক। যোৰাবাট থানাৰ যান-বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চৈয়দ মুকুট ৰহমানে জানিবলৈ দিয়া মতে শাখাৰ মাত্ৰ ১০ জন আৰক্ষীৰ লোকে আঠমাইলৰ সমীপৰ শ্ৰী শ্ৰী গণেশ মন্দিৰৰ পৰা যোৰাবাট দলঙৰ শ্বিলং সংযোগী পথলৈকে যান-বাহন নিয়ন্ত্ৰণ কৰি আহিছে।

Apply Now

আনহাতে উত্তৰ-পূবৰ ভিতৰতে আটাইতকৈ ব্যস্ততম পথ বুলি পৰিচিত যোৰাবাটৰ মাজেৰে যোৱা জি এচ ৰোড আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যাতে কোনো চালকে আইন উলংঘা কৰিব নোৱাৰে বা সুৰাপাণ কৰি বাহন চলাব নোৱাৰে তাৰ বাবেও দৈনিক অভিযান চলাই আহিছে।

চলিত বৰ্ষত এতিয়ালৈ মুঠ ২২ জন লোকক সুৰামত্ত অৱস্থাত ধৰা পেলাই তেওঁলোকৰ গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া কাৰ্যালয়লৈ প্ৰেৰণ কৰা হয়।

ইয়াৰ উপৰি এই বছৰৰে জানুৱাৰি মাহৰ পৰা মাৰ্চ মাহলৈ যোৰাবাট থানাই ৩ লাখতকৈও অধিক জৰিমনা সংগ্ৰহ কৰা বুলি জানিবলৈ দিয়ে।

ইফালে চলিত বছৰত মবাইল ফোনত কথা পাতি বাহন চলোৱা১১ জন চালক, অতি দ্ৰুত গতিত বাহন চলোৱা ৫ জন চালকক ধৰা পেলায় তেওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে। তাৰোপৰি চলিত বছৰত এই পৰ্যন্ত চাৰিটা দুৰ্ঘটনা সংঘটিত হৈছে আৰু দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু হৈছে।

আনহাতে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জানিবলৈ দি কয় যে বাৰিষাৰ দিনত ভূমিস্খলন আৰু পথ ডিভাইডাৰৰ বাবে দৈনিক উক্ত অঞ্চলত ভয়াবহ যান-জঁটৰ সৃষ্টি হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd