• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আগৰতলাত আজিৰ পৰা আৰম্ভ হ’ব শিশু চলচ্চিত্ৰ মহোৎসৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 17, 2018 9:16 am
Childrens-Film-Society-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

87
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ ৰাজধানী চহৰ আগৰতলাত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰ মাজেৰে আৰম্ভ হ’ব আগৰতলা শিশু চলচ্চিত্ৰ মহোৎসৱ।

এই চলচ্চিত্ৰ মহোৎসৱত হিন্দী, ইংৰাজী আৰু বেংগলী ভাষাৰ মুঠ ১০ খন ছবি নজৰুল কলাক্ষেত্ৰ প্ৰেক্ষাগৃহ আৰু ৰূপহী হলত প্ৰদৰ্শন কৰা হ’ব।

ত্ৰিপুৰাৰ শিক্ষা মন্ত্ৰী ৰতন লাল নাথে আজি নজৰুল কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিশু চলচ্চিত্ৰ মহোৎসৱৰ তিনিদিনীয়া কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰিব। এই অনুষ্ঠানত চিল্ড্ৰেনছ ফিল্ম ছ’চাইটি ইণ্ডিয়াৰ প্ৰশাসনীয় বিষয়া ৰাজেশ গোয়েল, ত্ৰিপুৰা শিশু সুৰক্ষা অধিকাৰ আয়োগৰ অধ্যক্ষ নিলীমা ঘোষৰ লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকিব।

উল্লেখ্য যে এই তিনিদিনীয়া মহোৎসৱৰ লগতে সংগতি ৰাখি চিল্ড্ৰেনছ ফিল্ম ছ’চাইটি ইণ্ডিয়া আৰু ত্ৰিপুৰাৰ তথ্য আৰু সাংস্কৃতিক বিভাগে শিশুসকলৰ বাবে স্ক্ৰীপ্ট ৰাইটিং, অভিনয়, টু ডি এনিমেশ্যন আৰু চিনেমা পৰিচালনাৰ এখনি কৰ্মশালাৰো আয়োজন কৰিছে।

Recent News

কেতিয়া পুনৰ মৰ্ত্যলৈ ঘূৰি আহিব শুভাংশু শুক্লা? জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

কেতিয়া পুনৰ মৰ্ত্যলৈ ঘূৰি আহিব শুভাংশু শুক্লা? জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

গছ স্থানান্তৰণ অন্তিম বিকল্পঃ গুৱৱাহাটীত অনুষ্ঠিত এক ৰাজহুৱা বক্তৃতাত বেংগালুৰুৰ পৰিৱেশকৰ্মী দত্তাত্রেয় টি দেৱৰে

গছ স্থানান্তৰণ অন্তিম বিকল্পঃ গুৱৱাহাটীত অনুষ্ঠিত এক ৰাজহুৱা বক্তৃতাত বেংগালুৰুৰ পৰিৱেশকৰ্মী দত্তাত্রেয় টি দেৱৰে

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd