• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি গুৱাহাটীত নৰ্থ-ইষ্ট ইউনাইটেডৰ বিপক্ষে কেৰেলা ব্লাষ্টাৰ্ছ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2018 8:09 am
NEUFC vs Kerela Blasters File Photo
1k
VIEWS
Share on FacebookShare on Twitter

চলিত হিৰো ইণ্ডিয়ান ছুপাৰ লীগ(আই এছ এল) ফুটবল প্ৰতিযোগিতাত আজি গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইণ্ডিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত ঘৰুৱা নৰ্থ-ইষ্ট ইউনাইটেডে প্ৰতিদ্বণ্ডিতা কৰিব কেৰেলা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে।

উল্লেখ্য যে নৰ্থ-ইষ্টে প্ৰতিযোগিতাখনত অতি নিম্নমানৰ প্ৰদৰ্শন কৰি ইতিমধ্যে প্লে’ অফৰ দৌৰৰ পৰা বাহিৰ হৈছে। যদিও আজিৰ খেলখন ঘৰুৱা দলটোৰ বাবে গুৰুত্বহীন তথাপিও দলটোৰ আত্মবিশ্বাস ঘূৰাই অনাৰ স্বাৰ্থত বিজয় অতিকৈ জৰুৰী।

কিন্তু কেৰেলা ব্লাষ্টাৰ্ছৰ বাবে আজিৰ মেচখন অত্যন্ত গুৰুত্বপূৰ্ণ। কিয়নো প্লে’ অফৰ আশা সজীৱ কৰি ৰাখিবলৈ দলটোক প্ৰয়োজন তিনিপইণ্টৰ। কেৰেলা ব্লাষ্টাৰ্ছে বাকী থকা তিনিখন মেচত জয়লাভ কৰিলে ছেমিফাইনেল খেলাৰ সুযোগ পাব।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে দুয়োটা দলে প্ৰথম লেগৰ মেচত মুখামুখী হৈছিল কোচিৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত। আৰু উক্ত মেচত কেৰেলা ব্লাষ্টাৰ্ছে ১-০ গ’লত পৰাস্ত কৰিছিল নৰ্থ-ইষ্টক।

কেৰেলা ব্লাষ্টাৰ্ছে আজি ১৬ নম্বৰ মেচত অৱতীৰ্ণ হ’ব। ইতিপূৰ্বে খেলা ১৫ মেচৰ পাঁচখনত জয়লাভ কৰাৰ বিপৰীতে চাৰিখন মেচত পৰাস্ত হৈছে। আনহাতে ছখনকৈ মেচ ড্ৰ খেলিছে। সম্প্ৰতি ২১ পইণ্টেৰে কেৰেলা ব্লাষ্টাৰ্ছে তালিকাৰ পঞ্চম স্থানত আছে।

আনহাতে নৰ্থ-ইষ্টেও আজি লীগত ১৬ নম্বৰ মেচখন খেলিব। লক্ষ্যণীয় যে ইতিপূৰ্বে খেলা  ১৫ খন মেচৰ ৩ খনত জয়লাভ, ১০ খনত পৰাস্ত আৰু দুখন ড্ৰ খেলি ১১ পইণ্টেৰে তালিকাৰ নৱম স্থানতে সীমাবদ্ধ আছে।

Recent News

ব্ৰিটিছ স্কচ হুইস্কি কম মূল্যত উপলব্ধ হ’ব! ‘মুক্ত বাণিজ্য’ৰ পৰা কি লাভ কৰিব ভাৰতে?

ব্ৰিটিছ স্কচ হুইস্কি কম মূল্যত উপলব্ধ হ’ব! ‘মুক্ত বাণিজ্য’ৰ পৰা কি লাভ কৰিব ভাৰতে?

অৰুণাচলৰ ‘থ্ৰীমছ’ত সৰ্প দংশনৰ চিকিৎসাত গাফিলতি: মানৱ অধিকাৰ উলংঘনৰ অভিযোগ

ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদী! কৌশলগত অংশীদাৰিত্ব আৰু সহযোগিতা বৃদ্ধিৰ প্ৰতিশ্ৰুতি

ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদী! কৌশলগত অংশীদাৰিত্ব আৰু সহযোগিতা বৃদ্ধিৰ প্ৰতিশ্ৰুতি

আৰক্ষীৰ ছদ্মৱেশ লৈ ব্লেকমেইল : ৯ ঘন্টা উলংগ কৰি ভিডিঅ’ কলত ডিজিটেল এৰেষ্ট দুই যুৱতীক

আৰক্ষীৰ ছদ্মৱেশ লৈ ব্লেকমেইল : ৯ ঘন্টা উলংগ কৰি ভিডিঅ’ কলত ডিজিটেল এৰেষ্ট দুই যুৱতীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd