• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি বড়ো সাহিত্যৰ প্ৰথম উপন্যাস স্ৰষ্টা চিত্তৰঞ্জন মুছাহাৰীৰ আদ্য শ্ৰাদ্ধ সম্পন্ন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
February 13, 2018 12:09 pm
Kokrajhar Chitaranjan Mushahary first Bodo novelist sharadhu
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বড়ো সাহিত্যত পোন প্ৰথম গল্প  আৰু উপন্যাস সৃষ্টি কৰা তথা বড়ো  ভাষাত ৬০ খনতকৈও অধিক উপন্যাস প্ৰকাশ কৰা সাহিত্যিক চিত্তৰঞ্জন মুছাহাৰীৰ (৭০) আদ্য শ্ৰাদ্ধ আজি তেওঁৰ জন্ম গাঁৱত সম্পন্ন হয়। বহুদিন ধৰি দুৰাৰোগ্যত আক্ৰান্ত হৈ যোৱা ১৬ জানুৱাৰীৰ নিশা নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰিছিল এই সাহিত্যিক গৰাকীয়ে।

কোকৰাঝাৰ জিলাৰ আফ্লাগাঁৱৰ অন্টাইগুড়ী গাঁৱৰ নিজ গৃহত আজি পুৱাৰ পৰাই দিন জোৰা কাৰ্য্যসূচীৰে স্বৰ্গীয় চিত্তৰঞ্জন মুছাহাৰীৰ আদ্য শ্ৰাদ্ধ সম্পন্ন কৰা হয়। কাৰ্য্যসূচী অনুসৰি পুৱা স্বৰ্গীয় চিত্তৰঞ্জন মুছাহাৰীৰ প্ৰতিচ্ছবিত তেওঁৰ সহধৰ্মিনী ভাৰতী মুছাহাৰীয়ে মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পিছতে বি টি চিৰ কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো প্ৰমুখ্যে আত্মীয় সকলে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বি টি চিৰ কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মই সাহিত্যিক গৰাকীৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰি কয় যে সাহিত্যিক গৰাকীৰ অকাল বিয়োগে বড়ো সাহিত্যৰ বাবে এক অপূৰণীয় ক্ষতি। লগতে সাহিত্যিক গৰাকীৰ নামত প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

আনহাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৱে কয় যে চিত্তৰঞ্জন মুছাহাৰীয়ে সচাকৈ বড়োৰ এগৰাকী শ্ৰেষ্ঠ সাহিত্যিক আছিল। তেওঁ বড়ো সাহিত্যত ৬০ খনতকৈও অধিক উপন্যাস সৃষ্টি কৰি বড়ো সাহিত্যৰ ভৰাল টনকিয়াল কৰি থৈ গৈছে।। সাহিত্যিক চিত্তৰঞ্জন মুছাহাৰীক ইতিমধ্যে বড়ো সাহিত্য সভাই “বড়ো উপন্যাসৰ সম্ৰাট” উপাধি প্ৰদান কৰা হোৱা বুলিও কয়।

অন্টাইগুড়ী গাওঁত ১৯৪৪ চনৰ ১৫ আগষ্টত জন্ম লাভ কৰি ১৬-১-২০১৮ তাৰিখত মৃত্যু হোৱা সাহিত্যিকৰ ৰচিত উপন্যাস কেইখন মান ক্ৰমে ‘জুজাইনি অৰ’, ‘বিখায়া গাৱৌ খুগায়া গেৱা’, ‘ফৈমাল মিজিং’ ইত্যাদি। উল্লেখযোগ্য য়ে বড়ো সাহিত্যৰ এগৰাকী শ্ৰেষ্ঠ  সাহিত্যিক চিত্তৰঞ্জন মুছাহাৰীক বিটিচি প্ৰশাসনৰ পৰা যোৱা ২০১৪ চনত ‘প্ৰমোদ চন্দ্ৰ ব্ৰহ্ম সাহিত্য বঁটা’  আৰু বড়ো সাহিত্য সভাৰ তৰফৰ পৰা ‘শ্বমেস্বৰী সাহিত্য বঁটা” প্ৰদান কৰিছিল।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

August 27, 2025 7:15 pm
মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

August 27, 2025 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd