• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলতাফ মজিদৰ স্মৃতিত গুৱাহাটীত আয়োজন ‘চিনে আড্ডাবাজ’ : স্মাৰক বক্তৃতা প্ৰদান কৰিব জাহ্নু বৰুৱাই

এন ই নাও নিউজ by এন ই নাও নিউজ
May 5, 2018 9:06 pm
altaf mazid
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্চন হলত অহা ৬ মে’ৰ সন্ধিয়া ৫ বজাত আয়োজন কৰা হৈছে অসমৰ প্ৰথিতযশা চলচ্চিত্ৰ সমালোচক, পৰিচালক তথা সাংস্কৃতিক কৰ্মী আলতাফ মজিদৰ ব্যক্তিত্ব আৰু সান্নিধ্য বিষয়ক ‘চিনে আড্ডাবাজ’ ( Cine Addabaz ) শীৰ্ষক স্মাৰক বক্তৃতা। আয়োজকসকলে অনুষ্ঠানটোত সকলোৰে উপস্থিতি কামনা কৰিছে।

Cine Addabaz in guwahati

প্ৰখ্যাত চিনে’মা পৰিচালক জাহ্নু বৰুৱাই ‘সমান্তৰাল চলচ্চিত্ৰ আৰু উত্তৰাধিকাৰী’ বিষয়ত দ্বিতীয়বাৰৰ বাবে আয়োজিত এই স্মাৰক বক্তৃতাটো প্ৰদান কৰিব।

অনুষ্ঠানটোত মজিদৰ ‘বলিয়া পিতাইৰ চহকী চোতাল’ নামৰ চিনে’মাখন প্ৰদৰ্শন কৰা হ’ব। চিনে’মা পৰিচালিকা সান্ত্বনা বৰদলৈয়ে অনুষ্ঠানটোতে আলতাফ মজিদ নিৰ্মিত চিনে’মাসমূহৰ ‘ডিভিডি পেকেজ’ মুকলি কৰিব।

যোৱা ২০১৬ চনৰ গৰু বিহুৰ দিনা মৃত্যু হোৱা মজিদৰ স্মৃতিত ভাৰতীয় গণনাট্য সংঘ, প্ৰাগজ্যোতি সাংস্কৃতিক সমাজ, গুৱাহাটী চিনে ক্লাব, সাংস্কৃতিক গোষ্ঠী ‘সূৰ্য্য’ আৰু সৌৰভ কুমাৰ চলিহা অনুৰাগী সংস্থাৰ লগতে পৰিয়াল তথা বন্ধুবৰ্গই এই ‘চিনে আড্ডাবাজ’ অনুষ্ঠানটোৰ আয়োজন কৰি আহিছে।

গল্পকাৰ, চিনে’মাৰসিক দেৱব্ৰত দাসে ‘চিনে আড্ডাবাজ’ৰ যোৱা বছৰৰ স্মাৰক বক্তৃতাটো প্ৰদান কৰিছিল।

তাৰোপৰি ভাৰতীয় গণনাট্য সংঘৰ পৃষ্ঠপোষকতাত মজিদকে ধৰি সংঘৰ কৰ্মীসকলে ’৮০ৰ দশকত আৰম্ভ কৰা কিন্তু পিছলৈ বন্ধ হৈ পৰা চিনে’মা প্ৰদৰ্শনৰ অনুষ্ঠান ‘অন্বেষণ’ মজিদৰ স্মাৰক অনুষ্ঠানতে পুনৰ আৰম্ভ কৰা হ’ব বুলি উদ্যোক্তাসকলে জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী! আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী! আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

September 9, 2025 6:12 pm
ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

September 9, 2025 5:29 pm
কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

September 9, 2025 5:23 pm
জন্ম শতবৰ্ষত সুধাকন্ঠৰ সপোন বাস্তৱত ৰূপায়ন কৰা উচিত : অজিত কুমাৰ ভূঞা

জন্ম শতবৰ্ষত সুধাকন্ঠৰ সপোন বাস্তৱত ৰূপায়ন কৰা উচিত : অজিত কুমাৰ ভূঞা

September 9, 2025 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী! আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী! আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

September 9, 2025 6:12 pm
ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

September 9, 2025 5:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd