• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2025 5:29 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গণপতি বিসৰ্জনক লৈ সৃষ্টি হোৱা অশান্তিৰ পাছত পুনৰ কৰ্ণাটক অস্থিৰ হৈ পৰিছে। সোমবাৰে ৰাজ্যৰ শিৱমেগ জিলাৰ ভদ্ৰবাটি চহৰত ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান শুনা যায়! এই ঘটনাই স্বাভাৱিকতে বিতৰ্কৰ সৃষ্টি কৰিছে। আৰক্ষীৰ মতে, ভদ্ৰবাটীৰ পুৰণি চহৰত মুছলমান সম্প্ৰদায়ৰ উদ্যোগত এই সমাৱেশ। পাকিস্তানৰ বিজয়ৰ শ্লোগানৰ লগতে তাত সাম্প্ৰদায়িকভাৱে উচটনিমূলক অডিঅ’ বজাইছিল।

জানিব পৰা মতে, ইয়াৰ সৈতে জড়িত এটা ভিডিঅ’ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। অভিযোগ অনুসৰি যোৱা সোমবাৰে ভদ্ৰবাটি চহৰত মুছলমানসকলে আয়োজন কৰা অনুষ্ঠানত পাকিস্তানৰ সমৰ্থনত শ্লোগান উত্থাপন কৰা হৈছিল।

Apply Now

আৰক্ষীয়ে আশ্বাস দিছে যে আমি সকলো তথ্যৰ তদন্ত কৰি আছো। এই ঘটনাৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়েও এই ঘটনাক তীব্ৰ গৰিহণা দিছে। বিজেপিৰ সাংসদ সুধাকৰে কয় যে, এই ঘটনাই প্ৰমাণ কৰিছে যে ৰাজ্যত কংগ্ৰেছৰ শাসনত জাতীয় বিৰোধী মতাদৰ্শ শীৰ্ষলৈ উন্নীত হৈছে।

উল্লেখ্য যে শেহতীয়াকৈ গণপতিৰ বিসৰ্জনৰ বাবে কৰ্ণাটকৰ মাদ্দুৰ অঞ্চল উত্তপ্ত হৈ পৰিছিল। বিসৰ্জন শোভাযাত্ৰাৰ সময়ত একাংশ লোকে শোভাযাত্ৰাত শিলগুটি নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছিল। তাৰ পিছত সেই অঞ্চলটো গৰম হৈ পৰিল। শোভাযাত্ৰালৈ যোৱা ৰাইজে বিনিময়ত আক্ৰমণ কৰিলে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হয়। সেই ঘটনাৰ মাজতে কৰ্ণাটকৰ ভদ্ৰৱতী এতিয়া উত্তপ্ত হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুলতে নাকৰ ড্ৰপ চকুত দিলে চিকিৎসকে; দৃষ্টিশক্তি হেৰুৱাই পেলালে ১৯ মহীয়া কেঁচুৱাই

ভুলতে নাকৰ ড্ৰপ চকুত দিলে চিকিৎসকে; দৃষ্টিশক্তি হেৰুৱাই পেলালে ১৯ মহীয়া কেঁচুৱাই

June 29, 2026 12:14 pm
পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

June 29, 2026 11:27 am
বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

বিশ্বকাপৰ স্বপ্নভংগ ভাৰতীয় মহিলা দলৰ; অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ গ্ৰুপৰ পৰাই ল’লে বিদায়

June 29, 2026 9:16 am
কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

কৰাচীৰ আক্ৰমণৰ প্ৰতিশোধ! মাজনিশা আফগানিস্তানত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইক; ২৯ জন নিহত, শতাধিক আহত

June 29, 2026 8:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুলতে নাকৰ ড্ৰপ চকুত দিলে চিকিৎসকে; দৃষ্টিশক্তি হেৰুৱাই পেলালে ১৯ মহীয়া কেঁচুৱাই

ভুলতে নাকৰ ড্ৰপ চকুত দিলে চিকিৎসকে; দৃষ্টিশক্তি হেৰুৱাই পেলালে ১৯ মহীয়া কেঁচুৱাই

June 29, 2026 12:14 pm
পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

June 29, 2026 11:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd