• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আসন্ন ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে নিৰীক্ষক নিয়োগ কৰিছে নিৰ্বাচন আয়োগে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 28, 2018 6:24 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

100
VIEWS
Share on FacebookShare on Twitter

আসন্ন ত্ৰিপুৰা বিধানসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ভাৰতৰ নিৰ্বাচন আয়োগে ৰাজ্যখনলৈ ২৫ জন সাধাৰণ নিৰীক্ষক, ১৯ জন ব্যয় নিৰীক্ষক আৰু ৮ জন আৰক্ষী নিৰীক্ষকক নিয়োগ কৰিছে।

সাধাৰণ নিৰীক্ষককেইজন হৈছে উত্তৰ প্ৰদেশ, কৰ্ণাটক, মধ্য প্ৰদেশ আৰু হিমাচল প্ৰদেশৰ পৰা আহিব লগীয়া ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া। তেওঁলোক ৩১ জানুৱাৰিৰ ভিতৰত ত্ৰিপুৰা আহি পোৱাৰ সম্ভাৱনা আছে আৰু ভোটগননাৰ দিন (৩ মাৰ্চ)লৈকে ৰাজ্যখনত থাকিব।

প্ৰাপ্ত খবৰ মতে, আৰক্ষী নিৰীক্ষক কেইগৰাকীও একে সময়তে আহি পোৱাৰ কথা। ৩১ জানুৱাৰি হৈছে মনোনয়ন পত্ৰ জমা দিয়াৰ অন্তিম দিন। আৰক্ষী নিৰীক্ষক কেইগৰাকীয়ে বিধানসভা নিৰ্বাচনটোৰ বাবে নিৰাপত্তা ব্যৱস্থাক পৰ্যবেক্ষণ কৰিব। ৩ মাৰ্চলৈকে তেওঁলোক দ্বায়িত্বত থাকিব।

আনহাতে, ২৪ জানুৱাৰিৰ পৰা মনোনয়ন দাখিল আৰম্ভ হোৱা নিৰ্বাচনৰ ব্যয় নিৰীক্ষক কেইগৰাকী ইতিমধ্যে ৰাজ্যখনত উপস্থিত হৈছেহি। ৪ মাৰ্চলৈকে তেওঁলোক দ্বায়িত্বত থাকিব।

পক্ৰিয়া অনুসৰি নিৰ্বাচন সম্পৰ্কে যিকোনো ধৰণৰ যোগাযোগৰ বাবে আটাইকেইজন নিৰীক্ষকৰ নাম, ইমেইল ঠিকনা আৰু ফোন নম্বৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ৱেবছাইটত আপল’ড কৰা হৈছে।

উল্লেয্য যে ত্ৰিপুৰাত ১৮ ফেব্ৰুৱাৰিত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব আৰু ৪ মাৰ্চত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd