• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে শুভাৰম্ভণি হ’ল ৰেড শ্বীল্ড ডিভিজন পল’ প্ৰতিযোগিতা

চভাপতি ছামম by চভাপতি ছামম
February 11, 2018 9:15 pm
8TH RED SHIELD DIVISION POLO TOURNAMENT
98
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে আকৰ্ষণীয় তথা জাক জমকতাৰ কাৰ্যসূচীৰ মাজেৰে মণিপুৰৰ প্ৰসিদ্ধ অষ্টম ৰেড শ্বীল্ড ডিভিজন পল’ প্ৰতিযোগিতাখনৰ শুভাৰম্ভণী হ’ল। মণিপুৰৰ ইম্ফলস্থিত ঐতিহাসিক পল’ ষ্টেডিয়াম তথা বিশ্বৰ সবাটোকৈ পুৰণি মাপাল কাংজেইবাং খেলপথাৰত অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান।

সেনা বিষয়া, স্থানীয় বাসিন্দা আৰু ইম্ফলৰ সৈনিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ইম্ফলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ঐতিহ্যপূৰ্ণ খেলবিধৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে।

উল্লেখযোগ্য যে পল’ প্ৰতিযোগিতাখনত সৰ্বোচ্চ সন্মান তথা শ্ৰেষ্ঠত্বৰ বাবে যুঁজ দিব ১৩টা পল’ দলে।

উদ্বোধনী অনুষ্ঠানৰ সভাপতিত্ব কৰে মণিপুৰ হৰ্ছ ৰাইডিং আৰু পল’ এছোছিয়েশ্যনৰ সভাপতি এইচ দিলীপ সিঙে আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে আছাম ৰাইফলছ(দক্ষিণ)ৰ ইন্সপেক্টৰ জেনেৰেল মেজৰ বিৰেন্দৰ সিং।

মণিপুৰ হৰ্ছ ৰাইডিং আৰু পল’ এছোছিয়েশ্যনৰ সভাপতি এইচ দিলীপ সিঙে মণিপুৰৰ ঐতিহ্যপূৰ্ণ খেলবিধক প্ৰচাৰ কৰাৰ ক্ষেত্ৰত বিশেষকৈ সহয় কৰাৰ বাবে উদ্বোধনী অনুষ্ঠানৰ ভাষণ প্ৰসংগত ভাৰতীয় সেনা আৰু ৰেড শ্বীল্ড ডিভিজনক বিশেষভাবে ধন্যবাদ জ্ঞাপন কৰে।

আনহাতে দিলীপ সিঙে ৰাজ্যখনত সেনা বাহিনীৰ সহায়- সহযোগিতাৰ বাবে আইন-শংখলা সম্পূৰ্ণৰূপে সঠিক দিশত পৰিচালিত হোৱা বুলিও মতপোষণ কৰে।

আনহাতে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলগীয়া সকলো দলৰে খেলুৱৈ সকলক শুভেচ্ছা প্ৰদান কৰে মেজৰ জেনেৰেল বিৰেন্দৰ সিঙে।

উদ্বোধনী অনুষ্ঠানত ভাৰতীয় সেনাৰ এটা দলে আকৰ্ষণীয় বেণ্ড প্ৰদৰ্শন কৰাৰ লগতে মণিপুৰ জুনিয়ৰ ৰাইদাৰ্ছৰ দলে টেণ্ট পেগিং প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd