• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2025 3:21 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ কুখ্যাত যৌন অপৰাধী জেফ্ৰি এপষ্টেইনৰ সৈতে তেওঁৰ নামটো সংযোগ কৰি দশক দশক ধৰি মিছা কথা বিয়পি পৰিছে। এই অভিযোগক লৈ এতিয়া ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকাৰ দৈনিক ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ভাৰতীয় মুদ্ৰাত এক লাখ কোটিতকৈ অধিক টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিছে। কোটিপতি ৰাষ্ট্ৰপতিগৰাকীয়ে সকীয়াই দিছে যে প্ৰতিবেদনত প্ৰকাশিত বাতৰিৰ সত্যতা আদালতত প্ৰমাণ কৰিব নোৱাৰিলে বৃহৎ জৰিমনা ভৰিব লাগিব।

৯ ছেপ্টেম্বৰত আমেৰিকাৰ হাউছ অভাৰচাইট কমিটীৰ ডেম’ক্ৰেটসকলে জেফ্ৰি এপষ্টেইনলৈ লিখা এখন যৌন সম্পৰ্কীয় পত্ৰ প্ৰকাশ কৰিছিল, য’ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ স্বাক্ষৰ আছে। অৱশ্যে এই পত্ৰ লিখাৰ কথা অস্বীকাৰ কৰে ট্ৰাম্পে। আনকি তেওঁ প্ৰথমে চিঠিখন প্ৰকাশ কৰা ‘দ্য ৱাল ষ্ট্ৰীট জাৰ্নেল’ৰ বিৰুদ্ধে ১০ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণৰ বাবে মামলা কৰিছিল। এইবাৰ ক্ষুব্ধ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, “মই আপোনালোকক সন্মান জনাই জনাইছো যে মই ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১৫ বিলিয়ন ডলাৰৰ মানহানিৰ গোচৰ তৰিছো। তেওঁলোক আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ অসাৰ বাতৰি কাকত। লাহে লাহে সেই কাকতখন বিপ্লৱী বাওঁপন্থী ডেম’ক্ৰেট পাৰ্টিৰ মুখপাত্ৰ হৈ পৰিছে।” ট্ৰাম্পৰ এই পোষ্টৰ পিছতেই পোহৰলৈ আহে নিউয়ৰ্ক টাইমছৰ বিৰুদ্ধে গোচৰ।

Apply Now

কাকতলীয়াকৈ ৱাল ষ্ট্ৰীটে প্ৰকাশ কৰা এক প্ৰতিবেদনত দাবী কৰা হৈছিল যে ২০০৩ চনত এপষ্টেইনৰ ৫০ বছৰীয়া জন্মদিনত বহুতে অভিনন্দন বাৰ্তা প্ৰেৰণ কৰিছিল।তাৰ ভিতৰত ট্ৰাম্পো আছিল। তেওঁ পঠোৱা চিঠিখনত এগৰাকী উলংগ মহিলাৰ ছবি আছিল। এই পত্ৰখনক লৈ ট্ৰাম্পে নিজৰ ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰতিবেদন ‘মিছা, ক্ষতিকাৰক, আৰু মানহানিকাৰক’। আৰু সেইবাবেই তেওঁ বৃহৎ জৰিমনা বিহাৰ বাবে গোচৰ তৰিলে। তেওঁ দাবী কৰে যে তেওঁ কেতিয়াও মহিলাৰ ছবি অংকন কৰা নাছিল। সেই চিঠিখনৰ ভাষা তেওঁৰ নহয়। ই সম্পূৰ্ণ ৰচনা কৰা হৈছে। এনে পৰিস্থিতিত কমিটীয়ে পুনৰ পত্ৰখন মুকলি কৰি দিলে। অৱশ্যে কেৱল সেই চিঠিখনেই নহয়, এটা সম্পূৰ্ণ এলবাম মুক্তি পাইছে। ট্ৰাম্পৰ বাহিৰেও তাত বহু হাই-প্ৰফাইল লোকৰ নাম উল্লেখ কৰা হৈছে। ইয়াৰ ভিতৰত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টন, অধিবক্তা এলান ডেৰশ্ব’ৱিট্জ ইত্যাদি।

উল্লেখ্য যে, এপষ্টেইন আছিল এজন বিতৰ্কিত ব্যক্তি। কমেও ৪০ গৰাকী মহিলাই তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। নাবালক ধৰ্ষণ আৰু সৰবৰাহৰ অভিযোগত অভিযুক্ত এপষ্টেইনক দোষী সাব্যস্ত হ’লে ৪৫ বছৰৰ কাৰাদণ্ড বিহা হ’লহেঁতেন। কিন্তু তাৰ আগতে তেওঁ আত্মহত্যা কৰিছিল। সেই সময়ত ট্ৰাম্পে কৈছিল যে এপষ্টেইনৰ আত্মহত্যাৰ আঁৰত ৰাজনৈতিক হেঁচা আছে। এপষ্টেইনে এসময়ত আমেৰিকাৰ বহু ৰাজনৈতিক নেতাৰ প্ৰচাৰ অভিযানৰ বাবে বিত্তীয় সাহায্য আগবঢ়াইছিল। ইয়াৰ ভিতৰত ট্ৰাম্পৰ নামো শুনা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd