• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচটনিমূলক মন্তব্য দি বিপদত এ আই য়ু ডি এফৰ প্ৰাক্তন বিধায়ক শ্বেইখ শ্বাহ আলম

এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : by এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
November 29, 2017 5:56 pm
118
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰাত যোৱা ২৮ নৱেম্বৰত এখন সভাত সাম্প্ৰদায়িক তথা উচটনিমূলক মন্তব্য দিয়াৰ অভিযোগত অভিযুক্ত এ আই য়ু ডি এফৰ প্ৰাক্তন বিধায়ক শ্বেইখ শ্বাহ আলমৰ বিৰুদ্ধে দুখনকৈ এফ আই আৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। ইয়াৰে এখন এজাহাৰ সমাজকৰ্মী তথা যুৱ নেতা কমল কুমাৰ মেধিয়ে পাণবদাৰ থানাত আৰু আনখন যোৰহাট সদৰ থানাত বজৰং দলৰ যোৰহাট শাখাৰ আহ্বায়ক দিব্যজ্যোতি হাজৰিকাই দিয়ে। মেধিয়ে তেওঁৰ এজাহাৰখনত উল্লেখ কৰে যে শ্বেইখ আলমৰ মন্তব্যই ৰাজ্যখনত সাম্প্ৰদায়িক হিংসাৰ বাট মুকলি কৰিব পাৰে। আনহাতে আৰক্ষীৰ এটা সূত্ৰই কয় যে যিহেতু ঘটনাটোৰ স্থল আছিল গোৱালপাৰা, গতিকে এজাহাৰখন আমি গোৱালপাৰাৰ সংশ্লিষ্ট থানালৈ প্ৰেৰণ কৰিছো। আনহাতে শ্বেইখ আলমে যোৱা ২৭ নৱেম্বৰত দলৰ শীৰ্ষনেতা বদৰুদ্দিনৰ দলত চলা স্বৈৰাচাৰিতাৰ প্ৰতিবাদ কৰি দলৰ পৰা পদত্যাগ কৰে বুলি জনাইছে। কিন্তু তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পিছতে এক প্ৰেছ বিজ্ঞপ্তিত কয় যে আলমে গোৱালপাৰাৰ সোণাৰিত অনুষ্ঠিত দলৰ এখন সভাত সমাজৰ এটা সম্প্ৰদায়ক আক্ৰমণ কৰাৰ আহ্বান জনাই বিতৰ্কিত মন্তব্য কৰিছিল। ‘এ আই য়ু ডি এফ’ৰ সভাপতিয়ে তেওঁৰ পৰা মাইক কাঢ়ি লৈছিল আৰু কৈছিল এ আই য়ু ডি এফে তেওঁক সমৰ্থন নকৰে, বৰং ইয়াৰ বিৰোধিতা কৰে।’

এই সন্দৰ্ভত আলমে কয় যে তেওঁ কেতিয়াও এটা সম্প্ৰদায়ক আক্ৰমণৰ কথা কোৱা নাছিল আৰু যদি কলিতাই তেনে অভিযোগ কৰিছে, তেওঁ কলিতাৰ বিৰুদ্ধে গোচৰ দিব।

 

 

Recent News

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd