• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উমানন্দত স্থাপন যাত্ৰী জিৰণি চ’ৰাৰ আধাৰশিলা : শিৱৰাত্ৰি উপলক্ষে ব্যাপক ভিৰ গুৱাহাটীৰ শিৱ মন্দিৰসমূহত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2018 4:23 pm
Umananda-Temple-Guwahati-shivratri

উমানন্দলৈ ভক্তৰ সোঁত (ফাইল ফট’)

548
VIEWS
Share on FacebookShare on Twitter

শিৱৰাত্ৰি উপলক্ষে অইন বাৰৰ দৰেই আজিও ব্ৰহ্ম পুৱাৰে পৰা অগণন ভক্তই গুৱাহাটীৰ বিভিন্ন শিৱ মন্দিৰ বিশেষকৈ উমানন্দ মন্দিৰত ভিৰ কৰে।

কামৰূপ মহানগৰ জিলা উপায়ুক্ত এম অংগমুথুৱে উমানন্দ মন্দিৰত এক যাত্ৰী জিৰণী চ’ৰাৰ আজি আধাৰশিলা স্থাপন কৰে। গুৱাহাটী শোধনাগাৰৰ ২০ লাখ টকা অনুদানেৰে এই জিৰণী চ’ৰাটো নিৰ্মাণ কৰা হ’ব।

umananda mandir guwahati
উমানন্দ মন্দিৰ

অসম আন্তঃৰাজ্যিক জল পৰিবহণ বিভাগে গুৱাহাটীৰ কাছাৰী ঘাট আৰু উত্তৰ গুৱাহাটীৰ ৰাজাদুৱাৰ ঘাটৰ পৰা উমানন্দ মন্দিৰলৈ ৰাতিপুৱা ৮ বজাৰ পৰা অতিৰিক্ত ৮ খন ফেৰি যোগান ধৰিছে।

ফেৰিকেইখন হ’ল নাহৰবিল, কাজিৰঙা, ৰূপকোঁৱৰ, কদম, তৰংগ, বাঘবৰ, তুনি আৰু বগীনদী।

যাত্ৰীসকলে ফেৰিত সুকলমে উঠাৰ সুবিধা হোৱাকৈ প্ৰশাসনে অস্থায়ী দলঙ সাজি দিছে।

প্ৰতিবছৰে ব্ৰহ্মপুত্ৰৰ মাজৰ এই ক্ষুদ্ৰ নদীদ্বীপটোত হোৱা অগণন ভক্তৰ ভিৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো ধৰণৰ দুৰ্যোগ ৰোধ কৰিব পৰাকৈ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ লগতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনী নিয়োগ কৰা হৈছে।

নিৰাপত্তাজনিত কাৰণত সকলো বেচৰকাৰী ফেৰিৰ চলাচল বন্ধ ৰখা হৈছে। শিৱৰাত্ৰি উপলক্ষে মহানগৰ আৰক্ষীয়ে উমানন্দ মন্দিৰ চৌহদ আৰু আশে-পাশে নিৰাপত্তা বৃদ্ধি কৰিছে।

 

Recent News

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd