• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উলানবাটাৰ বক্সিং প্ৰতিযোগিতাত লাভলিনাৰ ৰূপ, শিৱ থাপাৰ ব্ৰঞ্জ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2018 9:20 am
shivathapal

বক্সাৰ শিৱ থাপা

104
VIEWS
Share on FacebookShare on Twitter

অসমৰ প্ৰতিভাৱান বক্সাৰ তথা বিশ্ব বক্সিং প্ৰতিযোগিতাত ধাৰাবাহিকভাৱে উন্নতমানৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা লাভলিনা বৰগোহাঁয়ে আজুৰি আনিবলৈ সক্ষম হৈছে আন এক সফলতা। মংগোলিয়াত সদ্য সমাপ্ত আন্তঃৰাষ্ট্ৰীয় উলানবাটাৰ কাপ প্ৰতিযোগিতাত বক্সাৰ লাভলিনাই অৰ্জন কৰিছে ৰূপৰ পদক।

প্ৰতিযোগিতাখনত প্ৰথম ৰাউণ্ডৰে পৰা দুৰ্দান্ত প্ৰদর্শন দাঙি ধৰিবলৈ সক্ষম হোৱা অসমৰ বক্সাৰগৰাকীয়ে অৱশেষত ফাইনেলত স্তব্ধ হয় চীনা টাইপেইৰ খেলুৱৈ নিয়েন চেনৰ হাতত।

২৪ জুন অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ ৬৯ কেজি শাখাৰ ফাইনেলত লাভলিনাই চীনা টাইপেৰ খেলুৱৈগৰাকীৰ লগত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয় আৰু অৱশেষত হাৰ মানি ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়।

Lovlina-Borgohain-570x320
লাভলীনা বৰগোহাঁই : ফাইল ফটো।

ইফালে অসমৰ আন এগৰাকী বক্সাৰ তথা প্ৰাক্তন বিশ্ব বক্সিং চেম্পিয়নশ্বীপৰ ব্ৰঞ্জ পদক বিজয়ী আৰু এছিয়ান গেইমছত তিনিবাৰৰ পদক বিজয়ী শিৱ থাপাইও প্ৰতিযোগিতাখনত ব্ৰঞ্জৰ পদক লাভ কৰে।

উল্লেখ্য যে ৬০ কেজি শাখাত প্ৰতিদ্বণ্ডিতা আগবঢ়োৱা থাপাই আৰম্ভণিৰ মেচসমূহত দূৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰিছিল যদিও ছেমিফাইনেলত ঘৰুৱা প্ৰতিদ্বণ্ডী বাট্টুমুৰ মিছলীটৰ হাতত অতি কম ব্যৱধানত পৰাজয় বৰণ কৰি ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়।

উল্লেখ্য যে ভাৰতে এটা সোণ, চাৰিটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদকেৰে প্ৰতিযোগিতাৰ সামৰণি মাৰে।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd