• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এছিয়াৰ ভিতৰতে কেৱল মহিলাৰ দ্বাৰা পৰিচালিত একমাত্ৰ বজাৰৰ নতুন ভৱন উদ্বোধন

সভাপতি চামম by সভাপতি চামম
January 23, 2018 4:11 pm
239
VIEWS
Share on FacebookShare on Twitter

প্ৰলয়ংকৰী ভূমিকম্পই বিধ্বস্ত কৰাৰ প্ৰায় দুবছৰৰ পিছত  মিণপুৰৰ পৌৰ প্ৰশাসন আৰু গৃহ আৰু নগৰ উন্নয়ন বিভাগে পুনৰ নিৰ্মাণ কৰি উলিয়ালে মহিলাৰ বজাৰগৃহ। নতুনকৈ নিৰ্মাণ কৰি উলিওৱা এই  ‘ইমা কেইথেল’ৰ  ভবনটো কালি বিভাগীয় মন্ত্ৰী থাউনজাম শ্যামকুমাৰে ভৱনটো উদ্বোধন কৰি ইম্ফল চহৰৰ মহিলাসকলৰ হাতত অৰ্পণ কৰে।

উল্লেখযোগ্য যে ২০১৬ চনৰ জানুৱাৰি মাহৰ ৭ তাৰিখে হোৱা প্ৰলয়ংকৰী ভূমিকম্পত এই বজাৰখনৰ প্ৰধান তিনিটা অট্টালিকাৰ ভিতৰত নিউ মাৰ্কেট (ইমইনু ইমা কেইথেল ) আৰু লক্ষী মাৰ্কেট ( ফৌঅইবি ইমা কাইথেল )ৰ ভৱন দুটা সম্পূৰ্ণ ধ্বংস হৈছিল। উক্ত ভূমিকম্পত ১০জন লোকৰ মৃত্যু হৈছিল ।

আনহাতে মন্ত্ৰীগৰাকীয়ে  বিগত নৱেম্বৰত উক্ত ভৱনটো অনাগত সৰস্ৱতী পূজাৰ দিনা মুকলি কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। এই বজাৰ দুখনত ক্ৰমে ৭২৮ আৰু ১১৯৫ গৰাকী মহিলাই ব্যবসায় কৰি আছিল। এই বজাৰখনৰ পুনৰ নিৰ্মাণত প্ৰায় ২২ কোটি টকা খৰচ হোৱা বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

উদ্বোধনী অনুষ্ঠানৰ ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে মহিলাসকলক এই বজাৰখনৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি চলিবলৈ  অহ্বান জনায়। তেওঁ লগতে বজাৰখন চাফ-চিকুণ কৰি ৰখাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

উল্লেখযোগ্য যে মণিপুৰৰ গৌৰৱ  এই বজাৰখন এছিয়াৰ ভিতৰতে কেৱল মহিলাৰ দ্বাৰা পৰিচালিত একমাত্ৰ বজাৰ।

Recent News

টেক্সাছত ভয়ংকৰ বান : ১০৭ জন লোকৰ মৃত্যু, শতাধিক লোক এতিয়াও নিৰুদ্দেশ

টেক্সাছত ভয়ংকৰ বান : ১০৭ জন লোকৰ মৃত্যু, শতাধিক লোক এতিয়াও নিৰুদ্দেশ

সকলো ভাষাই ৰাষ্ট্ৰভাষা ! বিতৰ্কৰ মাজতে কেন্দ্ৰলৈ পৰামৰ্শমূলক বাৰ্তা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

সকলো ভাষাই ৰাষ্ট্ৰভাষা ! বিতৰ্কৰ মাজতে কেন্দ্ৰলৈ পৰামৰ্শমূলক বাৰ্তা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ

এটা সুস্থ আৰু নিৰাপদ জীৱনশৈলী উপভোগ কৰিব বিচাৰে নেকি ?

এটা সুস্থ আৰু নিৰাপদ জীৱনশৈলী উপভোগ কৰিব বিচাৰে নেকি ?

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd