• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2025 7:40 am
55
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ পৰা ১৫ ছেপ্টেম্বৰ UPI ব্যৱহাৰকাৰীৰ বাবে নতুন নিয়ম কার্যকৰ হ’ল। ইণ্ডিয়ান নেচনেল পেমেণ্টছ কৰ্প’ৰেশ্যন (NPCI)-এ ঘোষণা কৰা নিয়ম অনুসাৰে এতিয়া ধন পৰিশোধৰ সীমা ব্যাপকভাৱে বৃদ্ধি কৰা হৈছে। আগতে দৈনিক ২ লাখ টকা পৰ্যন্ত পেমেণ্ট কৰিব পৰা গৈছিল, যদিও এতিয়া কিছুমান ক্ষেত্ৰত এই সীমা ১০ লাখ টকালৈ উন্নীত কৰা হৈছে।

P2M আৰু P2P লেনদেনৰ নতুন সীমা

Apply Now

নতুন নিয়ম অনুসাৰে ব্যক্তিৰ পৰা ব্যৱসায়ীলৈ (Person to Merchant–P2M) কৰা লেনদেনৰ সীমা বৃদ্ধি কৰা হৈছে। এতিয়া ব্যৱসায়ীক এদিনত ১০ লাখ টকা পৰ্যন্ত UPIৰ জৰিয়তে পৰিশোধ কৰিব পাৰিব। পূৰ্বে এই সীমা আছিল ২ লাখ টকা। তবে ব্যক্তিৰ পৰা ব্যক্তিলৈ (Person to Person–P2P) কৰা ধন প্ৰেৰণৰ সীমা আগৰ দৰে ১ লাখ টকা অৱশিষ্ট থাকিব।

নতুন সীমা কোন কোন ক্ষেত্ৰত বৃদ্ধি হ’ল?

গহনা ক্ৰয়ঃ এতিয়া প্ৰতিটো লেনদেনত ২ লাখ টকা আৰু দৈনিক ৬ লাখ টকা পৰ্যন্ত গহনা ক্ৰয় কৰিব পাৰিব (আগতে সীমা আছিল ১ লাখ টকা)।

ভ্ৰমণ বুকিংঃ ভ্ৰমণ সম্পৰ্কীয় বুকিঙৰ ক্ষেত্ৰত এখনত ৫ লাখ টকা আৰু ২৪ ঘণ্টাত ১০ লাখ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব।

ঋণ পৰিশোধঃ ঋণ পৰিশোধৰ বাবে প্ৰতিটো লেনদেনত ৫ লাখ টকা আৰু দৈনিক ১০ লাখ টকা পৰিশোধ কৰিব পাৰিব।

কেপিটেল মাৰ্কেটঃ ষ্টক মাৰ্কেট আৰু মিউচুৱেল ফাণ্ডত বিনিয়োগৰ বাবে এতিয়া একেলগে ৫ লাখ টকা আৰু ২৪ ঘণ্টাত ১০ লাখ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব।

ক্ৰেডিট কাৰ্ড বিলঃ ক্ৰেডিট কাৰ্ড বিল পৰিশোধৰ সীমা প্ৰতিটো লেনদেনত ৫ লাখ টকা আৰু দৈনিক ৬ লাখ টকালৈ বৃদ্ধি কৰা হৈছে (পূৰ্বে সীমা আছিল ২ লাখ টকা)।

বীমাঃ বীমা প্ৰিমিয়াম পৰিশোধৰ ক্ষেত্ৰত প্ৰতিটো লেনদেনত ৫ লাখ টকা আৰু দৈনিক ১০ লাখ টকা পৰ্যন্ত সীমা থাকিব।

ডিজিটেল একাউণ্ট খোলাঃ নতুন ডিজিটেল একাউণ্ট খোলাৰ সময়ত প্ৰাৰম্ভিক জমা ৫ লাখ টকা পৰ্যন্ত কৰিব পাৰিব।

সাধাৰণ ব্যৱহাৰকাৰীৰ ওপৰত প্ৰভাৱ

এই নতুন নিয়মৰ ফলত ব্যৱহাৰকাৰীয়ে বৃহৎ পৰিমাণৰ লেনদেন সহজে আৰু কোনো সীমাবদ্ধতা নোহোৱাকৈ কৰিব পাৰিব। গহনা ক্ৰয়, ভ্ৰমণ, ঋণ, বিনিয়োগ আদি ক্ষেত্ৰত ই বিশেষ সুবিধা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd