• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ খচৰাক প্ৰকাশৰ মুহূৰ্ততে নস্যাৎ; দেশৰ গৃহ মন্ত্ৰীৰ কাষলৈ মমতা!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2018 8:31 pm
mamata banarjee on nrc assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্বসন্মত অসম চুক্তিৰ আধাৰত, চুক্তি স্বাক্ষৰিত হোৱাৰ ৩২ বছৰ পিছত উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত খচৰাক অসমত বিভিন্নজনে আদৰণি জনোৱাৰ বিপৰীতে প্ৰকাশৰ মুহূৰ্ততে খচৰাখনক কাৰ্য্যতঃ নস্যাৎ কৰিছে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে।

এন আৰ চিয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰা বুলি দাবী কৰি শীঘ্ৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক লগ কৰিব বুলিও ঘোষণা কৰিছে পশ্চিম বংগৰ মুখ্য মন্ত্ৰীগৰাকীয়ে।

‘গৃ্হ মন্ত্ৰীক ক’বলৈ মই নিজেই দিল্লীলৈ যাম,’ চূড়ান্ত খচৰা প্ৰকাশৰ মুহূৰ্ততে কলকাতাত সংবাদমেল পাতি ঘোষণা মমতাৰ।

এন আৰ চি কৰ্তৃপক্ষ, ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰ আৰু অসমৰ সকলো দল-সংগঠনে খচৰাত নাম নহাসকলে পুনৰ আবেদন কৰিব পাৰিব আৰু তেওঁলোকক কোনোধৰণৰ অসুবিধাত পৰিবলৈ নহ’ব বুলি বাৰম্বাৰ আশ্বাস দি অহাৰ বিপৰীতে এইসকল লোকক সুৰক্ষা দিয়াৰ বাবে সংসদত আইন প্ৰণয়নৰো দাবী তুলিছে বেনাৰ্জীয়ে।

মমতা বেনাৰ্জীৰ সংবাদমেলৰ ‘Quint’এ প্ৰচাৰ কৰা ভিডিঅ’ চাওক

https://www.facebook.com/quintillion/videos/1169725563194630/

‘মানৱতাৰ খাতিৰত বিধেয়ক উত্থাপন কৰক…এইসকল লোকক বচাওক। এইসকল লোকক বচোৱাৰ বাবে সংসদে আইন প্ৰণয়ন কৰিব পাৰে,’ ‘জুইৰ খেলা নেখেলিবলৈ’ সকীয়াই গৃ্হ মন্ত্ৰীক সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান মমতাৰ।

পুনৰ আবেদনৰ ব্যৱস্থা থকা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত বেনাৰ্জীয়ে পুনৰ আবেদন কৰিলে ৪০ লাখৰ ভিতৰত কিমান জনে নাম অন্তৰ্ভুক্তিৰ সুযোগ পাব বুলিহে নিৰাশা ব্যক্ত কৰে।

সংখ্যালঘুকে ধৰি খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱা বা ভুলকৈ নাম সোমোৱা লোকসকলে প্ৰকাশিত এন আৰ চিক লৈ অসমত সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে থকাৰ বিপৰীতে এন আৰ চি হিন্দু-মুছলমান নিৰ্বিশেষে বাঙালী খেদাৰ ষড়যন্ত্ৰ বুলিও দাবী কৰি নাগৰিক পঞ্জীৰ মূল উদ্দেশ্যকে বিকৃত ৰূপত দাঙি ধৰিছে পশ্চিম বংগৰ মুখ্য মন্ত্ৰীগৰাকীয়ে।

এন আৰ চিৰ পৰা ‘উপাধি চাই মানুহক বাদ দিয়া হৈছে’ বুলিও দাবী কৰিছে পশ্চিম বংগৰ মুখ্য মন্ত্ৰীগৰাকীয়ে।

‘এইটো এটা গে’ম প্লেন।…বাঙালী খেদাও অভিযান চলাব খোজা হৈছে। মানুহ আৰু মানৱতাক বলপূৰ্বক উচ্ছেদৰ ব্যৱস্থা কৰা হৈছে,’ অভিযোগ মমতাৰ।

পৰিস্থিতিৰ বুজ ল’বলৈ অসমলৈ অতি শীঘ্ৰে তৃণমূলৰ সাংসদৰ দলক পঠিউৱাৰ কথাও ঘোষণা কৰিছে বেনাৰ্জীয়ে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে এন আৰ চিৰ চূড়ান্ত খচৰাত নাম নহাসকলক কোনো অসুবিধা কৰা নহ’ব বুলি দিয়া আশ্বাস সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত মুখ্য মন্ত্ৰীগৰাকীয়ে ওলোটাই কিয় তেনেহ’লে কেন্দ্ৰই কেন্দ্ৰীয় অসামৰিক বাহিনীৰ ১৫টাকৈ কোম্পানি অসমলৈ পঠাইছে বুলি প্ৰশ্ন কৰে।

উৎস: Quint

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

September 14, 2025 7:33 am
আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

September 14, 2025 6:30 am
আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

September 14, 2025 7:33 am
আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

September 14, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd