• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এল্যুৰ ফেশ্যন ট্যুৰ মিছ ইণ্ডিয়া ২০১৮ত ছিকিমৰ বন্দনা ৰাইৰ মিছ ইণ্ডিয়াৰ খিতাপ জয়

সাগৰ চেত্ৰী by সাগৰ চেত্ৰী
May 11, 2018 8:18 am
bandana rai allur miss india3 2018
150
VIEWS
Share on FacebookShare on Twitter

এল্যুৰ ফেশ্যন ট্যুৰ মিছ ইণ্ডিয়া ২০১৮ত ছিকিমৰ বন্দনা ৰাইয়ে মিছ ইণ্ডিয়াৰ খিতাপ জয় কৰিছে। এই প্ৰতিযোগিতাত তেওঁ মিছ ৰেম্প-ৱাক খিতাপো অৰ্জন কৰিছে। উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা তেৱেঁই একমাত্ৰ প্ৰতিদ্বন্দ্বী।

১৯ বছৰীয়া বন্দনা হৈছে শোভা ৰাই আৰু প্ৰয়াত ধন ৰাজ ৰাইৰ কন্যা। তেওঁ পূব ছিকিমৰ গেংটকৰ ছিচেৰ বাসিন্দা। টাডংস্থিত ছিকিম গভৰ্নমেণ্ট কলেজৰ তেওঁ দ্বিতীয় ষান্মাষিকৰ ছাত্ৰী। ২০১৬ চনত বন্দনাই মিছ কিৰৱা ৰাই ছিকিম খিতাপো অৰ্জন কৰিছিল।

নতুন দিল্লীৰ অশোকা হোটেলত এল্যুৰ ফেশ্যন ট্যুৰ মিছ আৰু মিছেছ ইণ্ডিয়া ২০১৮ৰ আয়োজন কৰিছে এল্যুৰ টেবলইডৰ স্বত্বাধিকাৰী দেব জিন্দালে। এই প্ৰতিযোগিতা তিনিটা বিভাগত আয়োজন কৰা হৈছে-মিছেছ ক্লাছিক, মিছেছ ইণ্ডিয়া আৰু মিছ ইণ্ডিয়া। ১ মে’ৰ পৰা ৩ মে’লৈকে প্ৰতিযগিতাখনৰ গ্ৰুমিং ছেছন আয়োজন কৰা হৈছিল আৰু গ্ৰেণ্ড ফিনালি অনুস্থিত হৈছিল ৪ মে’।

জানিব পৰা গৈছে যে ৫০গৰাকীতকৈও অধিক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু ১৯ গৰাকীক গ্ৰেণ্ড ফিনালিৰ বাবে বাছনি কৰা হৈছিল। গ্ৰেণ্ড ফিনালিত বন্দনা বিজয়ী হৈছিল।

গৃহ চহৰ গেংটকলৈ উভতি অহাৰ পাছত বন্দনাই মিছ ইণ্ডিয়া ২০১৮ত বিজয়ী হোৱাৰ বাবে তেওঁৰ আনন্দ প্ৰকাশ কৰিছিল। দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা সৰ্বোত্তম মডেলসকলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতা অত্যন্ত কঠিন আছিল আৰু ইয়াত তেওঁ বহুপতো কথা শিকিব পাৰিছিল বুলি কৈছে। প্ৰতিযোগিতাত বিজয়ী হোৱাৰ পাছত বন্দনাই আয়োজকসকলৰ সৈতে এবছৰৰ চুক্তিবদ্ধ হৈছে আৰু এখনদক্ষিণ ভাৰতীয় চিনেমাত অভিনয়ৰ আমন্ত্ৰণ লাভ কৰিছে।

বন্দনাই এতিয়া পৰবৰ্তী বৰ্ষৰ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ বাবে পূ্ণ আয়োজন কৰি থকাৰ কথা প্ৰকাশ কৰিছে। মডেলিঙৰ উপৰিও বন্দনাৰ অভিনয় আৰু নৃত্যৰ প্ৰতি আগ্ৰহ আছে। তেওঁ আৰু কয় যে স্নাতক হোৱাৰ পাছত তেওঁ মডেলিং আৰু অভিনয়ত সম্পূৰ্ণভাৱে মনোনিৱেশ কৰিব।

মাতৃ শোভা ৰাইয়ে তেওঁৰ কন্যৰ সাফল্যত আনন্দ প্ৰকাশ কৰিছে। তেওণ কয় যে বন্দনাই শিশু কালৰ পৰাই মডেলিভৰ প্ৰতি আগ্ৰহী আছিল আৰু তেওঁ তাত কৃতকাৰ্যতা লাভ কৰিলে। তেওঁ কয় যে সকলো পিতৃ-মাতৃকে তেওঁলোকৰ সন্তানসকলক তেওঁলোকৰ সপোনৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব লাগে।

Recent News

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd