• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 10, 2025 9:00 pm
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেপালৰ অশান্ত পৰিস্থিতিৰ বাবে কাঠমাণ্ডু বিমানবন্দৰত আবদ্ধ হৈ আছে ৪০০ৰো অধিক ভাৰতীয় নাগৰিক। এইবাৰ ভাৰতে তেওঁলোকক নিজৰ দেশলৈ ঘূৰাই অনাৰ বাবে বিশেষ বিমানৰ ব্যৱস্থা কৰিবলৈ ওলাইছে। প্ৰতিকূল পৰিস্থিতিতো যাতে দ্ৰুত আৰু সুকলমে ঘূৰাই দিব পৰা যায় তাৰ বাবে দিল্লী আৰু কাঠমাণ্ডুৰ মাজত প্ৰচেষ্টা আৰম্ভ হৈছে।

সূত্ৰ অনুসৰি ভাৰতীয় বায়ুসেনাৰ এখন বিমান প্ৰেৰণৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ বাবে কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসৰ বিষয়াসকলে নেপালী সেনাৰ সৈতে সমন্বয়ত কাম কৰি আছে। যাত্ৰীসকলৰ লজিষ্টিক আৰু সুৰক্ষা নিশ্চিত কৰাটোৱেই হৈছে এই মুহূৰ্তত মূল লক্ষ্য।

Apply Now

সমগ্ৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিয়ে। ভাৰতীয় দূতাবাসৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰাখি আৱদ্ধ নাগৰিকসকলক ক্ষিপ্ৰতাৰে ঘূৰাই অনাৰ ব্যৱস্থা কৰা হ’ব। ইতিমধ্যে দুয়োখন দেশে যৌথভাৱে এই পৰিকল্পনা আগবঢ়াই নিছে।

ইফালে সমগ্ৰ দেশ কাৰ্যতঃ সেনাৰ নিয়ন্ত্ৰণলৈ আহিছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সমগ্ৰ দেশতে সান্ধ্য আইন জাৰি কৰিছে সেনাই।

সোমবাৰে পুৱাৰে পৰা বহু ভাৰতীয়ই আতংকিত হৈ সীমান্ত পাৰ হৈ ঘৰলৈ উভতি আহিছে। নেপাল অভিমুখে কাকাৰবিটা আৰু বিৰাটনগৰ সীমান্তত প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কৰি যান-বাহন জ্বলাই দিয়াৰ ফলত নিৰাপত্তাজনিত কাৰণত সাময়িকভাৱে মালবাহী গাড়ীৰ চলাচল বন্ধ কৰি দিয়া হৈছে।

বুধবাৰে এডিজি (কাউণ্টাৰ ইনছাৰ্জেন্সি ফৰ্চ) অজয় ​​নন্দ, ডিআইজি (এছএছবি) মনজিৎ সিং আৰু দাৰ্জিলিং জিলাৰ আৰক্ষী অধীক্ষক প্ৰবীণ প্ৰকাশে পৰিস্থিতি পুনৰীক্ষণৰ বাবে সীমান্তত উপস্থিত হয়। সমগ্ৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে উত্তৰ বংগৰ আই জি ৰাজেশ কুমাৰ যাদৱে।

সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত এডিজিয়ে সংবাদ মাধ্যমৰ আগত কয় যে নেপালত এতিয়াও কিমান ভাৰতীয় আবদ্ধ হৈ আছে সেই সম্পৰ্কে তেওঁলোকৰ হাতত কোনো কঠিন তথ্য নাই। সংখ্যাটো ৩০০ বা তাতকৈ অধিক হ’ব পাৰে। অৱশ্যে বেছিভাগৰে সৈতে তেওঁলোকৰ যোগাযোগ আছে। তেওঁলোকে আশা কৰিছে যে অতি সোনকালে নেপালৰ পৰিস্থিতি শান্ত আৰু স্বাভাৱিক হ’ব। তেতিয়া আলোচনাৰ অন্তত আৱদ্ধ ভাৰতীয়সকলক ঘূৰাই অনা সম্ভৱ হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 19, 2026 9:09 am
উদ্ধৱ থাকৰেৰ ৬ জন সাংসদৰ দল সলনিক স্বীকৃতি; বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আৰু বৃদ্ধি পালে NDA-ৰ শক্তি

উদ্ধৱ থাকৰেৰ ৬ জন সাংসদৰ দল সলনিক স্বীকৃতি; বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আৰু বৃদ্ধি পালে NDA-ৰ শক্তি

July 19, 2026 8:48 am
ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

July 19, 2026 7:43 am
ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 19, 2026 9:09 am
উদ্ধৱ থাকৰেৰ ৬ জন সাংসদৰ দল সলনিক স্বীকৃতি; বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আৰু বৃদ্ধি পালে NDA-ৰ শক্তি

উদ্ধৱ থাকৰেৰ ৬ জন সাংসদৰ দল সলনিক স্বীকৃতি; বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আৰু বৃদ্ধি পালে NDA-ৰ শক্তি

July 19, 2026 8:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd