• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এ পি এছ চি কেলেংকাৰিত গ্ৰেপ্তাৰ হোৱা সকলৰ বিৰুদ্ধে কেছ ডায়েৰি দাখিল ডিব্ৰুগড় আৰক্ষীৰ

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 4, 2017 5:48 pm
97
VIEWS
Share on FacebookShare on Twitter

আজি ডিব্ৰুগড় আৰক্ষীয়ে এ পি এছ চিৰ কেলেংকাৰিত অভিযুক্ত ২৩ জন বিষয়াৰ বিৰুদ্ধে গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতত কেছ ডায়েৰি দাখিল কৰে। উল্লেখযোগ্য যে গোটেই ৰাজ্য জুৰি আলোড়ন সৃষ্টি কৰা এই কেলেংকাৰিটোত আৰক্ষীয়ে এতিয়ালৈকে ২৩জন এ চি এছ, এ পি এছ আৰু সংযুক্ত সেৱা (allied service)ৰ বিষয়াক ধন দি চাকৰি লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে ২০১৫ বৰ্ষৰ চামটোৰ পৰা বক্ৰ পথেৰে চাকৰি পোৱা মুঠ ২৫ জন বিষয়াক চিনাক্ত কৰিছিল। আনহাতে আজি আৰক্ষীয়ে ১৪ জন বিষয়াক আদালতত হাজিৰ কৰোৱায়। আদালতে তেওঁলোকক ১৪ দিনৰ ন্যায়িক জিম্মাত দিয়ে। আন এগৰাকী বিষয়া ৰুমী শইকীয়াকো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। তেওঁ ইতিপূৰ্বে ১৪ দিনৰ আৰক্ষীৰ জিম্মাত আছিল। দুগৰাকী বিষয়া ক্ৰমে এ চি এছ নিশামণি ডেকা আৰু এ পি এছ ৰাকেশ গুপ্তাৰ এতিয়াও শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে। আনহাতে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি সেন ডেকাই তেওঁৰ জামিনৰ বাবে আজি আদালতত আৱেদন কৰা বুলি জানিব পৰা গৈছে।

Recent News

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ধ্বংসৰ মুখত কৰাচী বন্দৰ; পাকিস্তানৰ ওপৰত জল, স্থল আৰু আকাশ তিনি পথেৰে আক্ৰমণ ভাৰতৰ

ধ্বংসৰ মুখত কৰাচী বন্দৰ; পাকিস্তানৰ ওপৰত জল, স্থল আৰু আকাশ তিনি পথেৰে আক্ৰমণ ভাৰতৰ

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd