• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ওদালগুৰি জিলাৰ চমুৱাপাৰাত গাওঁবাসীয়ে বলপূৰ্বক ৰখালে যাত্ৰীবাহী ৰে’ল

চাজিদ খান by চাজিদ খান
March 17, 2018 10:52 am
TRAIN-BLOCK-570x320
108
VIEWS
Share on FacebookShare on Twitter

টংলা আৰু হৰিশিঙা ষ্টেশ্যনৰ মাজত ৪৫-৪৬ কিলোমিটাৰ দূৰত্বৰ টংলা মহাবিদ্যালয়ৰ ওচৰৰ চমুৱাপাৰা-পানেৰী পথত এটা ৰখীয়াবিহীন ৰে’লৱে ক্ৰছিং গেট স্থাপনৰ দাবীত এক নাটকীয় প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।

গাওঁবাসী আৰু ছাত্ৰসকলে তেওঁলোকৰ দাবী সাব্যস্ত কৰিবলৈ উজনিমুৱা ৰঙিয়া-ডেকাৰগাঁৱ ৫৫৮৬১ নং যাত্ৰীবাহী ৰে’লখন শুকুৰবাৰে দুপৰীয়া অৱৰোধ কৰি ৰখাই দিয়ে।

অধিকাংশ মহিলা আৰু স্কুলীয়া ছাত্ৰৰে সৈতে গাওঁবাসীয়ে ৰে’লপথত অৱস্থান কৰি প্ৰায় ১-৩০ মান বজাত ৰে’লখন ৰখাই দিয়ে আৰু পাঁচ মিনিটৰ বাবে আবদ্ধ কৰি ৰাখে।

TRAIN-BLOCK-570x320

ঘটনাস্থলীত জিআৰপিৰ জোৱান আৰু স্থানীয় আৰক্ষী আহি উপস্থিত হোৱাৰ আগেয়ে গাওঁবাসী তাৰ পৰা আঁতৰি যায়।

গাওঁবাসীৰ লগতে বিদ্যালয় তথা মহাবিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলে অঞ্চলটোত এখন ক্ৰ’ছিং গেট নোহোৱাৰ বাবে বিপদশংকুল পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে।

গাওঁবাসীয়ে আনকি এখন দাবী সমিতিও গঠন কৰিছে আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰঙিয়া সংমণ্ডলৰ মাণ্ডলিক ৰে’ল প্ৰৱন্ধক, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহা প্ৰৱন্ধক আৰু ওদালগুৰি জিলাৰ উপায়ুক্তলৈ কেইবাখনো স্মাৰক পত্ৰ প্ৰদান কৰিছে যদিও কোনো ইতিবাচক সঁহাৰি লাভ কৰা নাই।

অঞ্চলটোৰ ৰাজ্যসভাৰ সাংসদ শান্তিয়াজ কুজুৰেও বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে যাতায়ত কৰা গাওঁবাসীৰ সুৰক্ষাৰ দিশটোৰ কথা চিন্তা কৰি উত্থাপন কৰা দাবী সম্পৰ্কে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰালয়লৈ পত্ৰ লিখিছিল।

 

Recent News

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd