• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কবি নীলমণি ফুকনক জুলাই মাহত নিজা বাসগৃহতে প্ৰদান কৰিব সাৰস্বত সন্মান-২০১৭’

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2018 10:36 am
nilmani-phookan-junior-f4f46296-0804-4a22-8177-400b90862d4-resize-750

প্ৰথিতযশা কবি নীলমনি ফুকন। ফটো : ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট কবি নীলমণি ফুকনক ২০১৭ বৰ্ষৰ ‘সাৰস্বত সন্মান’প্ৰদান কৰিব অধ্যাপক নগেন শইকীয়াই। শনিবাৰে সন্ধিয়া ড০ নগেন শইকীয়াৰ পুথিভঁৰাল ‘বৰ্ণমালা’ত ন্যাসৰ সভাপতি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ কন্দৰ্প কুমাৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সাৰস্বত ন্যাস পৰিষদে পূৰ্বে গ্ৰহণ কৰা এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ অৰ্থে অহা জুলাই মাহৰ ভিতৰত যিকোনো এটা দিনত ন্যাসৰ তৰফৰ পৰা প্ৰথিতযশা কবিগৰাকীক গুৱাহাটীৰ নিজা বাসগৃহত গৈ উক্ত বটাঁটো প্ৰদান কৰা হ’ব।

সাৰস্বত ন্যাসৰ সচিব  বীৰেন বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত গ্ৰহণ কৰা আন এক সিদ্ধান্ত অনুসৰি ন্যাসৰ সদস্য তথা বিশিষ্ট অনুবাদ সাহিত্যিক দেৱীপ্ৰসাদ বাগড়োদিয়াৰ দ্বাৰা সংগৃহীত, সংকলিত, সম্পাদিত ‘লাহোৱালৰ তামোলবাৰী চাহ বাগিচাৰ পটভূমিত জ্যোতিপ্ৰসাদ সম্পৰ্কীয় এখন তথ্যপূৰ্ণ ইংৰাজী গ্ৰন্থৰ লগতে ড০ নগেন শইকীয়াৰ ‘ভাৰতীয় ঐতিহ্য’ শীৰ্ষক এখন গ্ৰন্থও শীঘ্ৰেই ন্যাসৰ উদ্যোগত প্ৰকাশ কৰি উলিওৱা হ’ব।

তদুপৰি, ড০ নগেন শইকীয়াৰ ৰচনাৱলীৰ প্ৰথম খণ্ডটো একেটা সময়তে প্ৰকাশ কৰি উন্মোচনৰ বাবেও সভাই সিদ্ধান্ত গ্ৰহণ কৰে। সভাই পূৰ্বতে আন প্ৰকাশকৰ দ্বাৰা ড০ শইকীয়াৰ ৰচনাৱলী প্ৰকাশৰ যি সিদ্ধান্ত সেয়া বাতিল কৰি ন্যাসৰ নিজা উদ্যোগত প্ৰকাশৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ বাবে এখন প্ৰকাশন উপ-সমিতি আৰু এখন ৰচনাৱলী সম্পাদনা সমিতি গঠন কৰা হয়।

উক্ত প্ৰকাশন উপ-সমিতিত ন্যাসৰ সভাপতি আৰু সম্পাদকৰ লগতে দেৱীপ্ৰসাদ বাগড়োদিয়াক উপদেষ্টা হিচাপে আৰু অজয় কুমাৰ ভট্টাচাৰ্যক সভাপতি, ড০ সত্যকাম বৰঠাকুৰক সম্পাদক, নিৰ্মল চাহেৱালা, গৌতম শইকীয়া, ৰতন হাজৰিকাক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়।

আনহাতে, ড০ কৰবী ডেকা হাজৰিকাক ড০ শইকীয়াৰ ৰচনাৱলী সম্পাদনা সমিতিৰ সম্পাদক আৰু ড০ সত্যকাম বৰঠাকুৰক সহকাৰী সম্পাদক হিচাপে দায়িত্ব প্ৰদান কৰা হয়।

আনহাতে, ন্যাসৰ সভাই নাগৰিকত্ব সংশোধনী আইন ২০১৬ৰ বিৰোধিতা কৰে আৰু এই বিধেয়কখন বাতিল নহ’লে অসমীয়া জাতিৰ অস্তিত্ব নিশ্চিতভাৱে সংকটাপন্ন হ’ব বুলি অনুভৱ কৰি উক্ত বিধেয়কখন শীঘ্ৰে বাতিল কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দাবী জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd